ফেডাৰেচন কাপ এথলেটিকচত উজলিল অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাস
গুৱাহাটী : ফেডাৰেচন কাপ এথলেটিকচত উজলিল অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাস। ফেডাৰেচন কাপ এথলেটিকচত অসমৰ অম্লান বৰগোঁহাই আৰু হিমা দাসৰ স্বৰ্ণ জয়। ৰাষ্ট্ৰীয় অভিলেখেৰে বিশ্ব ছিনিয়ৰ ছেম্পিয়নশ্বপলৈ যোগ্যতা অৰ্জন কৰিলে অসম সন্তান অম্লান বৰগোঁহাইৰ। ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত পুনৰ অসম সন্তানৰ …