শিশু ধর্ষণকাৰী লম্পট মহিম শৰ্মা আৰক্ষীৰ গুলীত আহত
জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। ৭ বছৰীয়া কন্যা শিশুৰ লগত অপকৰ্ম কৰা লম্পটক লক্ষ্য কৰি বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলীত আহত হৈছে ৬০ বছৰীয়া লম্পট মহিম শৰ্মা। লম্পট মহিম শৰ্মাৰ ভৰিত গুলী লাগিছে। অপৰাধীক লক্ষ্য …