নলবাৰীত এটা পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে
আজিজ আলী নলবাৰী : নলবাৰীত এটা পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে।জৰাজীৰ্ণ পথটোৰ বাবে ৰোগীকো ঠেলাৰে কঢ়িয়াব লগা হয়। পথটো মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক লোকে। নলবাৰী জিলাৰ পূৱপ্ৰান্তস্থিত ১৪ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰবাৰী গাঁৱৰ জৰাজীৰ্ণ …