শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু আৰু ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

অমিনুৰ ৰহমান শিৱসাগৰ : শিৱসাগৰত মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি দুই সংগঠনৰ উত্তাল প্ৰতিবাদ৷ শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু আৰু ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই শিৱসাগৰ নগৰত মূল্যবৃদ্ধৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে। মূল্যবৃদ্ধি …

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী : ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথ কপালে সদৌ অসম ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে …

চৰাইদেউ জিলাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা

সোণাৰি : চৰাইদেউ জিলাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞাচ ৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ৩০ মাৰ্চত জাৰি কৰা এক আদেশযোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র …

নলবাৰীৰ বিলপাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

আজিজ আলী নালবাৰী : নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনা। নলবাৰীৰ বিলপাৰত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এজন লোক। এখন ট্ৰাকে আন এখন ট্ৰাকক নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। নিহত লোকজন এখন খুন্দা মৰা ট্ৰাকখনৰ চালক বুলি জানিব পৰা গৈছে। …

সুস্থ হৈ পুনৰ মুকলি আকাশৰ তলত ১০ টা শগুণ আৰু ১ টা ঈগল চৰাই

গুৱাহাটী : সুস্থ হৈ পুনৰ মুকলি আকাশৰ তলত ১০ টা শগুণ আৰু ১ টা ঈগল চৰাই। বন বিভাগে চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে ১০ টা শগুণ আৰু ১ টা ঈগল চৰাই। সম্পূৰ্ণ সুস্থ হৈ উঠা শগুণ কেইটা আৰু ঈগল …

মহানগৰীত অৰুণাচল প্ৰদেশৰ যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ

গুৱাহাটী : গুৱাহাটী মহানগৰীত যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। মহানগৰীত অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। চেলুনত চুলি কৰিবলৈ যোৱা অৰুণাচল প্ৰদেশৰ যুৱতী গৰাকীক চেলুনৰ কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন। আৰক্ষীৰ ভূমিকাকলৈ ক্ষোভ প্ৰকাশ কৰে যুৱতী গৰাকীৰ লগতে …

গৌৰীপুৰৰ আলমগঞ্জত ৰে’ল লাইনৰ কাষত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

মামুন আলী গৌৰীপুৰ : গৌৰীপুৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। গৌৰীপুৰৰ আলমগঞ্জত ৰে’ল লাইনৰ কাষত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। ৰে’লৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।  ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জত ৰে’ল লাইনৰ …

ৰঙিয়াৰ অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ত মদ আৰু জুৱাৰ আড্ডা

ৰঙিয়া : ৰঙিয়াৰ অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ত চলে মদ আৰু জুৱাৰ আড্ডা। কাৰ্যালয়খনৰ একাংশ বিষয়া কৰ্মচাৰীয়ে দিন দুপৰতে কাৰ্যালয়খনৰ ভিতৰত মদ আৰু জোৱাৰ আড্ডাত বহে। সাংবাদিকৰ দল দেখি পলায়নৰ চেষ্টা মদৰ আড্ডাত বহা কাৰ্যালয়খনৰ একাংশ বিষয়া আৰু কৰ্মচাৰীৰ। কামৰূপ …

চচলস্থিত ধৰ্ণাস্থলী উত্তাল কৰিলে কেইবাটাও দল-সংগঠনে

গুৱাহাটী : অসম বিধনাসভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলী উত্তাল কৰিলে কেইবাটাও দল-সংগঠনে। বিভিন্ন দাবীলৈ ক’ভিড কেন্দ্ৰৰ চাফাই কর্মী, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, কোচ ৰাজবংশীৰ কেইবাটাও সংগঠন, দিব্যাংগ মঞ্চ অসমে উত্তাল প্ৰতিবাদ সাব্যস্ত …

ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত পৰিবহন বিভাগৰ অভিযান

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক শিৱসাগৰ : ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থাৰ কাৰ্যালয়ত পৰিবহন বিভাগৰ অভিযান। ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা জিডিচিএল’ৰ ঘিলাগুৰিস্থিত কাৰ্যালয়ত শিৱসাগৰ জিলা পৰিবহন বিভাগৰ অভিযান। পৰিবহন বিষয়া, দণ্ডাধীশৰ নেতৃত্বত চলে এই অভিযান। অভিযানকালত ৩ খন ডাম্পাৰ ১ খন …