কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা অভিৱৰ্তন
গুৱাহাটী : কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মংগলবাৰে দিনজোৰা কাৰ্যসূচীৰে চলিত বৰ্ষৰ আশা অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। আশাকৰ্মী সকলে স্বাস্থ্য বিভাগ আৰু সমাজৰ মাজত যোগসূত্ৰ স্থাপন কৰে। মুঠ ৬৭০ গৰাকী আশা কৰ্মীয়ে জিলাখনৰ স্বাস্থ্য খণ্ডত নিষ্ঠাৰে আগবঢ়োৱা কৰ্মৰাজিৰ বাবে …