বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ১,০৯৭ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত
মানকাচৰ : ৰাজ্যৰ প্ৰলয়নকাৰী বানত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৯৪ খন গাঁৱৰ ৪,৪০০ কৃষক পৰিয়ালৰ ১,০৯৭ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। বানৰ ফলত কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাত কৃষক সকলক সকাহ দিয়াৰ বাবে প্ৰথম পৰ্যায়ত জিলা কৃষি বিভাগৰ পৰা জিলাখনত …