বিশ্বনাথ এজন টেট উত্তীৰ্ণ যুৱকৰ আত্মহত্যা
জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ টেট উত্তীৰ্ণ যুৱকৰ আত্মহত্যা। বিশ্বনাথৰ গড়েহাগী গাঁৱৰ এজন সুদক্ষ তথা টেট উত্তীৰ্ণ যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অঞ্চলটোত এজন সুনাম থকা যুৱক আছিল আত্মহত্যাৰ …