বৰক্ষেত্ৰীৰ সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ
আজিজ আলী মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সমাজ কল্যাণ বিভাগত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। চৰাঞ্চলৰ শিশুক বঞ্চিত কৰি উত্তৰ পাৰলৈ স্থানান্তৰ এটা অংগণবাড়ী কেন্দ্ৰ। ষড়যন্ত্ৰৰে অংগণবাড়ী কেন্দ্ৰটো স্থানান্তৰ কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বৰক্ষেত্ৰী …