কামৰূপ জিলাত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দল
আমিনগাঁও : ৬ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ প্ৰতিনিধি দলটি কামৰূপ জিলাত উপস্থিত হয়। বাংলাদেশ, মালদ্বীপ, ভিয়েটনাম, দক্ষিণ আফ্ৰিকা, টাঞ্জানিয়া আদি বিভিন্ন দেশৰ সদস্যৰে গঠিত ১৫ জনীয়া এই প্ৰতিনিধি দলটোক জিলা প্ৰশাসনৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।দলটিয়ে …