বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে কাৰাগাৰতেই দিলে পৰীক্ষা : ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া
গুৱাহাটী : ফেচবুকত বিতৰ্কিত কবিতা লিখাৰ অভিযোগত এগৰাকী ছাত্ৰী বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকাক কেন্দ্ৰ এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। যোৰহাট ডি চি বি মহাবিদ্যালয়ৰ গণিতৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী ১৯ বছৰীয়া বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ যুৱতী গৰাকীক ফেচবুকত বিতৰ্কিত …