মুকালমুৱাৰ নাৰায়ণপুৰ হাইস্কুলত ৰহস্যজনক অগ্নিকাণ্ড

আজিজ আলী মুকালমুৱা : মুকালমুৱাত এখন চৰকাৰী বিদ্যালয়ত ৰহস্যজনক অগ্নিকাণ্ড। মুকালমুৱাৰ নাৰায়ণপুৰ হাইস্কুলত সংঘটিত হয় ৰহস্যজনক অগ্নিকাণ্ড। বিদ্যালয়খনৰ ষ্টোৰ ৰুমত সংঘটিত হোৱা অগ্নিকাণ্ডত ষ্টোৰ ৰুমত থকা সা-সামগ্ৰী জুইত জাহ যায়। নলবাৰী জিলাৰ মুকালমুৱাৰ নাৰায়ণপুৰস্থিত নাৰায়ণপুৰ হাইস্কুলত বৃহস্পতিবাৰে এক ৰহস্যজনক অগ্নিকাণ্ডৰ …

বিশ্বনাথৰ চেনীৰাম দাস শিশু উদ্যানত সুৰেৰে আবিৰ সনা সন্ধিয়া

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত সুৰেৰে আবিৰ সনা সন্ধিয়া। বিশ্বনাথৰ চেনীৰাম দাস শিশু উদ্যানত বুধবাৰে অনুষ্ঠিত কৰা হয় ‘সুৰেৰে আবিৰ সনা সন্ধিয়া’ নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানটিত অংশ গ্ৰহণ কৰে আন্তৰ্জাতিক বাঁহী বাদক দীপক শৰ্মা আৰু প্ৰখ্যাত সন্তৰ বাদক পংকজ …

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়া

কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়া। কাজিৰঙাৰ মনোমোহা পৰিৱেশ দেখি আপ্লুত ভাৰতীয় ফুটবল তাৰকা গৰাকী। পৰিয়ালসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতিয়া চাবলৈ আহিছে ফুটবল তাৰকা গৰাকী। এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতিয়া বাঘ বিচাৰি …

বাল্য বিবাহৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী নাবালিকাই

মানকাচৰ : নাবালিকা প্ৰেমিকাক বিবাহ। বিবাহৰ পিছত স্বামী গৃহলৈ নোযোৱাৰ বাবেই গামোচাৰে ডিঙি চেপি হত্যা নাবালিকা গৰাকীক। হত্যাকাৰী স্বামী গ্ৰেপ্তাৰ। কেমেৰাৰ আগত বিস্ফোৰক স্বীকাৰোক্তি হত্যাকাৰী স্বামীৰ। হত্যাকাৰী স্বামীয়ে বিভিন্ন সময়ত নাবালিকা গৰাকীক চলাই আহিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। বাল্য বিবাহ …

বটদ্রৱাত দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি

কনক হাজৰিকা নগাঁও : বসন্ত ঋতুৰ আগমনৰ লগে লগে প্রকৃতিয়ে নতুন ৰূপ ধাৰন কৰে। বসন্তৰ কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল; সেই ঐতিহ্যক সৰোগত কৰি …

গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ গুলীত নিহত

গুৱাহাটী : ৰাজ্যত অব্যাহত আছে অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। পুনৰ অপৰাধীক লক্ষ্য কৰি চলিল আৰক্ষীৰ গুলী। এইবাৰ মহানগৰীত আৰক্ষীৰ গুলীত নিহত ধর্ষণকাৰী। গাড়ীগাঁৱৰ কিশোৰী ধর্ষণকাণ্ডৰ মূল অভিযুক্ত বিকী আলী আৰক্ষীৰ গুলীত নিহত। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা মহানগৰী গুৱাহাটীৰ …

বিশ্বনাথত তিনি গৰাকী পৰীক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথত তিনি গৰাকী পৰীক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু। বিশ্বনাথত তিনি গৰাকীকৈ ৪৫ বছৰ বয়সৰ পৰীক্ষাৰ্থী অবতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এগৰাকী পৰীক্ষাৰ্থীৰ জ্যেষ্ঠ কন্যা অৱতীৰ্ণ হ’ব স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত। তিনিও গৰাকী পৰীক্ষাৰ্থী অংগনবাড়ী কৰ্মী। বিশ্বনাথ চাৰিআলিৰ হাইস্কুল …

বিশ্বনাথৰ পৰীক্ষা কেন্দ্ৰ সমূহৰ বাহিৰত ব্যাপক ভিৰ

জোনমণি বেগম বিশ্বনাথ : মঙলবাৰৰ পৰা আৰম্ভ হৈছে ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ ব্যাপক ভীৰ পৰিলক্ষিত হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিশ্বনাথ জিলাত মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। …

নলবাৰীৰ বৰকুৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ

আজিজ আলী নলবাৰী : নলবাৰীৰ বৰকুৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য। নলবাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাক্ত …

বিশ্বনাথত পুনৰ কণ্টেইনাৰৰ পৰা জব্দ গৰু

জোনমণি বেমগ বিশ্বনাথ : বিশ্বনাথত পুনৰ কণ্টেইনাৰৰ পৰা জব্দ গৰু। দেওবাৰে নিশা বিশ্বনাথ সদৰ আৰক্ষীয়ে অভিযান চলাই এটা কণ্টেইনাৰৰ পৰা জব্দ কৰে ২৩ টাকৈ গৰু। গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে কণ্টেইনাৰৰ পৰা গৰু জব্দ কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে। …