চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
মানকাচৰ : মানকাচৰত বিগত দুদিন ধৰি চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান। চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে মানকাচৰত বন বিভাগে তীব্রতৰ কৰি তুলিছে অভিযান। বিগত দুটা দিনত বন বিভাগে জব্দ কৰিছে প্ৰায় …