বানপীড়িত সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল ব্লেক টাইগাৰ চিমেণ্ট
গুৱাহাটী : ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ বৰাক উপত্যকা আৰু নগাঁও জিলাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল সমূহত বান সাহায্য শিবিৰ আৰম্ভ কৰিছে। উল্লেখ্য যে অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াবহ হৈ আছে আৰু ৩৫ খন জিলাৰ ভিতৰত …