নুনমাটিত এইবাৰ আক্ৰমণৰ বলি হ’ল এগৰাকী যুৱতী
গুৱাহাটী : নুনমাটিত এইবাৰ আক্ৰমণৰ বলি হ’ল এগৰাকী যুৱতী। মুখত ক’লা কাপোৰ বান্ধি দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ চলায় যুৱতী গৰাকীক। দুৰ্বৃত্তৰ দলটোৱে কাঢ়ি নিয়ে যুৱতী গৰাকীৰ মোবাইল ফোন। মঙলবাৰে নিশা নুনমাটিত এজন অভিযন্ত্ৰাৰ ডিঙি কাটি দুৰ্বৃত্তই লুটি নিছিল নগদ ধনসহ …