বৰঝাৰত ‘ইডিট ইউনিচেন্স চেলুন” মুকলি অভিনেত্রী আলিস্মিতা গোস্বামীৰ
গুৱাহাটী : বৰঝাৰ বিমান বন্দৰৰ সমীপত ‘ইডিট ইউনিচেক্স চেলুন’ মুকলি কৰা হয়। অসমীয়া চলচ্চিত্র অভিনেত্রী আলিস্মিতা গোস্বামীয়ে ‘ইডিট ইউনিচেন্স চেলুন’ আনুষ্ঠানিকভাৱে মুকলি কৰে। চেলুনখনৰ অংশীদাৰ ধীৰাজ খট্টৰ, যোগেশ উপাধ্যায় আৰু জীতেন্দ্ৰ খট্টৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত …