ঘোঁৰাত উঠি মহানগৰীৰ ৰাজপথত কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মা
গুৱাহাটী : কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাৰ ব্যতিক্ৰমী প্ৰতিবাদ। ঘোঁৰাত উঠি মহানগৰীৰ ৰাজপথত ঘূৰি ফুৰিছে কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মা। হ্ৰছ ট্ৰেডিঙ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উটি প্ৰতিবাদ ৰাম প্ৰসাদ শৰ্মাৰ। মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি অভিযোগ …