গুৱাহাটীত এপোলো ফাৰ্টিলিটিৰ এক অত্যাধুনিক আইভিএফ কেন্দ্ৰ স্থাপন
গুৱাহাটী : প্ৰতিজন ব্যক্তিৰ বাবে আন্তৰ্জাতিক মানদণ্ডৰ উৰ্বৰতা চিকিৎসা সহজলভ্য কৰিবলৈ, এপোলো হেল্থ এণ্ড লাইফষ্টাইল আৰু এপোলো হস্পিটেলছ গোটৰ এটা অংশ, এপোলো ফাৰ্টিলিটিয়ে গুৱাহাটীত ইয়াৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ একক, অত্যাধুনিক ফাৰ্টিলিটি কেন্দ্ৰ আৰম্ভ কৰে, যি প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিবলৈ অক্ষম …