বিধস্ত নগা আলি নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ
ভাস্কৰজ্যোতি মহন্ত নিজৰা : ঐতিহাসিক বিধস্ত নগা আলি নিৰ্মাণৰ দাবীত প্ৰতিবাদ নাজিৰাৰ নগা আলিবাসীৰ। নাজিৰা নগা আলিৰ বিধ্বস্ত ৰূপটোৱে বছৰ বছৰ ধৰি ৰাইজক জলাকলা খোৱাইছে।নগা আলিৰ বিধ্বস্ত অৱস্থা বাবে ৰাইজ তথা নাজিৰাৰ বিভিন্ন দল-সংগঠন ক্ষোভিত হৈ পৰিছে। প্ৰতিবাদত অংশগ্ৰহণ বিধায়ক …