সোমবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্রান্ত ১১ জন লোকৰ মৃত্যু
গুৱাহাটী : সোমবাৰৰ দিনটোত ৰাজ্যত ৬ হাজাৰ ৯৮২ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১১ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২ হাজাৰ ২৮১ জন। দেওবাৰৰ তুলনাত সোমবাৰে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড …