ছমৰীয়া সত্ৰত এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱ পালন
বকো : ছমৰীয়া সত্ৰত এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱ পালন। কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নতুন ছমৰীয়া প্ৰাথমিক বিদ্যালয় খেল পথাৰত ছমৰীয়া সত্ৰৰ এক ব্যতিক্ৰমী অনুষ্ঠান ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ভোগৰ উৎসৱ “ভোগালী উৎসৱ” পালন কৰা …