আৰক্ষীত কৰ্মৰত স্বামী লগতে থকা অৱস্থাতে মহিলাৰ পৰা টকা লুটি নিলে
নলবাৰী : মহিলা পৰা টকা লুটি নিলে চিলনী চোৰে। বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই ঘৰলৈ গৈ থকা অৱস্থাত চিলনী চোৰে মহিলাৰ পৰা লুটি নিয়ে পাঁচ লাখ টকা ভৰ্তি বেগ। অসম আৰক্ষীত কৰ্মৰত মহিলা গৰাকীৰ স্বামীও আছিল মহিলা গৰাকীৰ লগত। …