ফুটবল খেল পথাৰত নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠান আজিজ আলী
আজিজ আলী মুকালমুৱা : ফুটবল খেল পথাৰত নাহিদ আফ্ৰিনৰ সংগীত অনুষ্ঠান। মুকালমুৱাৰ বামুনবড়ীত নৈশ ফুটবল খেলত জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠান। নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰীত মঙলবাৰ পৰা পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে নৈশ ফুটৱল প্ৰতিযোগিতা। বামুনবড়ী মুলাঘাটা মিলন সংঘৰ উদ্যোগত …