ৰাজ্যকন্যা বৰুৱাক ১৪ দিনৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ

গুৱাহাটী : কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ৰাজকন্যা বৰুৱা। ১৪ দিনৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ ৰাজকন্যা বৰুৱাক। কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। সাধাৰণ কয়দীৰ দৰে কাৰাগাৰত থাকিব লাগিব ৰাজকন্যা বৰুৱা। শুকুৰবাৰে …

আমছুৰ কেন্দ্ৰীয় সম্পাদিকা হাচিনা আহমেদৰ আৰ্থিক সাহাৰ্য্য দুই শ্ৰমিকৰ পৰিয়ালক

আজিজ আলী মুকালমুৱা : ৰাজকন্যা বৰুৱাই মহতিয়াই নিয়া দুই শ্ৰমিকৰ পৰিয়ালৰ কাষত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদিকা হাচিনা আহমেদ। আৰ্থিকভাৱে জুৰুলা পৰিয়াল দুটাক আৰ্থিক সাহাৰ্য্য প্ৰদান হাচিনা আহমেদৰ। পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী দুর্ঘটনাত আহত হৈ ঘৰতে পৰি থাকিব …

চোৰাং চিকাৰীৰ জালত বহু কাম আৰু ডাউক চৰাই

মোজাক্কিৰ আলম ৰূপহীহাট : চোৰাং চিকাৰীৰ জালত বহু কাম আৰু ডাউক চৰাই। বন বিভাগৰ অভিযানত চোৰাং চিকাৰীৰ জালৰ পৰা উদ্ধাৰ বহু কাম আৰু ডাউক চৰাই। অৱশ্যে বন বিভাগৰ অভিযানত জালত নপৰিল চোৰাং চিকাৰী। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত লাওঁখোৱা অভয়াৰণ্যৰ …

ৰাজকন্যা বৰুৱাৰ লগত পূৰ্বৰ চিনাকি নাই : ডাঃ নভনীল বৰুৱা

গুৱাহাটী : ৰাজকন্যাকাণ্ডই বিপদত পেলাইছে জি এন আৰ চি হাস্পতালৰ চিকিৎসা ডাঃ নভনীল বৰুৱাক। ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰাৰ বাবে ছেমি আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছে জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে। এই …

পাম গছৰ খেতিয়ে ধ্বংস কৰিব অসমৰ পৰিৱেশ : জাতীয় পৰিষদ

গুৱাহাটী : ৰাজ্য চৰকাৰে অসমত পাম খেতিৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, পাম তেল উৎপাদনৰ বাবে কৰা খেতিৰ ফলত পৰিৱেশৰ ওপৰত তীব্ৰ নেতিবাচক প্ৰভাৱ পৰে আৰু সেয়ে ৰাজ্য চৰকাৰে পাম খেতিক উৎসাহিত কৰাটো বন্ধ …

ৰাজকন্যাকাণ্ডই বিপদত পেলাব নেকি চিকিৎসক ডাঃ নভনীল বৰুৱাক

গুৱাহাটী : ৰাজকন্যাকাণ্ডই বিপদত পেলাব নেকি চিকিৎসক ডাঃ নভনীল বৰুৱাক ? মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ পিছত ইয়াৰে আশংকাই দেখা দিছে। ইতিমধ্যে আৰক্ষীয়ে চমন জাৰি কৰিছে চিকিৎসক ডাঃ নভনীল বৰুৱালৈ। থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে চিকিৎসক গৰাকীক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে …

পালমৰা কাম কৰি জনৰোষত পৰিল বিভাগীয় ঠিকাদাৰ

আব্দুল হক নগৰবেৰা : লোক নিৰ্মাণ বিভাগত পালমৰা কাম কৰি জনৰোষত পৰিল বিভাগীয় ঠিকাদাৰ। নিৰ্মাণৰত অৱস্থাতেই এমূৰৰ পৰা খহিব ধৰিছে পথ। পথৰ তলত সৃষ্টি হৈছে সুৰংগৰ আৰ্হিৰ গাঁত, কানসাৰ নাই ঠিকাদাৰৰ। ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। বৰপেটা …

এদিনৰ বাবে ৰাজকন্যা বৰুৱাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

গুৱাহাটী : ৰাজকন্যা বৰুৱাৰ জামিন নাকচ কৰিলে আদালতে। এদিনৰ বাবে ৰাজকন্যা বৰুৱাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰাৰ নিৰ্দেশ। বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৰাজকন্যা বৰুৱাক। বুধবাৰে জি এন আৰ …

বিহালীৰ নাচবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস

জোনমণি বেগম বিশ্বনাথ : বিহালীৰ নাচবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস। ৪০-৫০ টা হাতী থকা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা খেতিপথাৰত অৱস্থান গ্ৰহণ কৰিছে। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ। …

খাইৰুল আনাম খন্দকাৰক উষ্ম আদৰণি দলীয় কৰ্মীৰ

গোঁসাইগাঁও : খাইৰুল আনাম খন্দকাৰক উষ্ম আদৰণি দলীয় কৰ্মীৰ। এআইইউডিএফ দলে উপ-নিৰ্বাচনৰ বাবে খাইৰুল আনাম খন্দকাৰক টিকট প্ৰদান কৰাৰ পিছতে উৎফুল্লিত হৈ উঠে গোঁসাইগাঁও সমষ্টিৰ এআইইউডিএফ দলৰ কর্মী। প্ৰায় অৰ্ধ শতাধিক দলীয় কৰ্মীয়ে খাইৰুল আনাম খন্দকাৰক ফুমাল গামোচা পিন্ধাই আদৰি …