কেইবাদিন ধৰি আত্মগোপন কৰি থকাৰ মোবাইল ফোন চোৰ জালত

কলগাছিয়া : ৰাইজে আটক কৰিলে এজন মোবাইল ফোন চোৰক। মোবাইল ফোন চুৰ কৰি কেইবাদিন ধৰি আত্মগোপন কৰি আছিল চোৰজন। অৱশেষত ৰাইজে আটক কৰিবলৈ সক্ষম হ’ল মোবাইল চোৰজনক। এতিয়া ৰঙা ঘৰৰ আলহী। বৰপেটা জিলাৰ কলগাছিয়াত ৰাইজে এজন মোবাইল ফোন চোৰক আটক …

পথ নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ

কলগাছিয়া : কলগাছিয়া গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। অৰ্ধনিৰ্মিত কাম কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ। বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৰাইজৰ।  বৰপেটা জিলাৰ কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে …

ভাৰত-বাংলাদেশ সীমান্তত গৰুসহ গ্ৰেপ্তাৰ দুজন গৰু সৰবৰাহকাৰী

দক্ষিণ শালমাৰা : ভাৰত-বাংলাদেশ সীমান্তত গৰুসহ গ্ৰেপ্তাৰ দুজন গৰু সৰবৰাহকাৰী। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত আছামেৰ আলগাত ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে দুটা গৰুসহ দুজন গৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে। মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত …

তিনি কৃষি আইন, বিদ্যুৎ বিল বাতিলৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত এ আই কে কে এম এছৰ ধুবুৰী জিলা সমিতিয়ে জাঠা মিছিল কাৰ্যসূচী ৰূপায়ন কৰি তিনি কৃষি আইন, বিদ্যুৎ বিল ২০২০ বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। উল্লেখযোগ্য যে …

নদীৰ গৰাত বহি হিয়া উজাৰি কান্দিছে মহিলাই

আব্দুল হক নগৰবেৰা : নদীৰ গৰাত বহি হিয়া উজাৰি কান্দিছে মহিলাই। কান্দোনত ভাঙি পৰা মহিলা সকলক সান্তনা দিয়াৰ চেষ্টা কণ কণ শিশু সকলৰ। নিজে নিজৰ সপোনৰ ঘৰখন এফালৰ পৰা ভাঙি পেলাইছে একাংশ লোকে। এতিয়া ক’ত যাব, ক’ত থাকিব এই সকলক …

নিশা মহানগৰীত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা

গুৱাহাটী : মহানগৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। নিশাৰ ভাগত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা হয় মহানগৰী গুৱাহাটীৰ বেলতলাত। ডকাইতে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ। আৰক্ষীৰ তদন্ত অব্যাহত। এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে মহানগৰী গুৱাহাটী। মঙলাবাৰে পুৱাৰ ভাগত পোহৰলৈ আহিছে এই …

মহানগৰীৰ ৰাজগড়ত মুকলি আধুনিক বস্ত্ৰ বিপনি এম চি ডিজাইন

গুৱাহাটী : গুৱাহাটী মহানগৰীত মুকলি নতুন বস্ত্ৰ বিপনি। মহানগৰীৰ ৰাজগড়ত মুকলি কৰা হয় আধুনিক বস্ত্ৰ বিপনি এম চি ডিজাইন। বিপনিখন মুকলিৰ দিনা গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়।  মহানগৰীৰ ৰাজগড়ত শনিবাৰে মুকলি হ’ল এম চি ডিজাইন নামেৰে নতুন আধুনিক সাজপাৰ বস্ত্ৰ …

খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

গুৱাহাটী : খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ কৰুণ মৃত্যু। গড়চুকৰ গাৰোঘুলিত কৰুণ মৃত্যু ঘটিল এটা বনৰীয়া হাতীৰ। দেওবাৰে নিশাৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে বনৰীয়া হাতীটোৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বনৰীয়া হাতীটোৰ মৃত্যু। বিদ্যুৎ বিভাগৰ গাফিলতি বাবেই গুৱাহাটীৰ গড়চুকৰ …

বিহালীৰ খেতি পথাৰত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। উজাগৰে নিশা কটাইছে বহু গঞা ৰাইজ। নিশা হোৱাৰ লগে লগে বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায় বিশ্বনাথ জিলাৰ বিহালীৰ নাচবৰ, ৰৌমাৰী, ৰাংছালী, বতিয়ামাৰিকে আদি কৰি কেইবাখনো গাৱঁত। বিশ্বনাথ জিলাৰ বিহালীত …

পশু চিকিৎসালয়ৰ ভূমি বেদখল কৰি ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ

কলগাছিয়া : পশু চিকিৎসালয়ৰ ভূমি বেদখল কৰি ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ। কলগাছিয়াৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা হৈছে ব্যক্তিগত শৌচাগাৰ। ঘটনাক কেন্দ্র কৰি কলগাছিয়াত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। থানাত এজাহাৰ দাখিল। বৰপেটা জিলাৰ কলগাছিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ …