মৰাপাটৰ কৃষকে হাত দিছে মূৰে কপালে : বজাৰত নাই মৰাপাটৰ মূল্য
হাটশিঙিমাৰী : হাটশিঙিমাৰীত মৰাপাটৰ বজাৰৰ মন্দা অৱস্থা। মৰাপাটৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত কৃষকে মূৰে কপালে হাত দিছে। এইবেলি মৰাপাটৰ উৎপাদন যথেষ্ট ভাল হৈছে যদিও উপযুক্ত মূল্যৰ পৰা বঞ্চিত মৰাপাটৰ কৃষক সকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ৰাজ্যৰ ভিতৰতে মৰাপাটৰ খেতিৰ বাবে …