আঙুৰলতা ডেকাৰ মন্তব্যকলৈ দন্ত চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

গুৱাহাটী : দন্ত চিকিৎসক সকলৰ সন্দৰ্ভত আঙুৰলতা ডেকাৰ বিৰূপ মন্তব্যৰ অভিযোগ। দন্ত চিকিৎসক সকলৰ সন্দৰ্ভত আঙুৰলতা ডেকাৰ মন্তব্যক তীব্ৰ গৰিহণা। আঙুৰলতা ডেকাই ক্ষমা খোজাৰ দাবী জনাই প্ৰতিবাদত নামিল দন্ত চিকিৎসক আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ …

“বিশ্ব গঁড় দিৱস” পাঁচোটা গঁড়ৰ প্ৰজাতিৰ বাবে সজাগতাৰ দিন

গুৱাহাটী : ২০১১ চনৰ পৰা, ২২ ছেপ্টেম্বৰৰ দিনটোত আন্তৰ্জাতিকভাৱে বিশ্ব গঁড় দিৱস পালন কৰা হৈছে। এই বছৰ গঁড় দিৱসৰ ১০ তম বাৰ্ষিকী। অসমত বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক, কিন্তু অত্যাধিক চিকাৰ আৰু কৃষি বিকাশে ইয়াৰ পৰিসৰ যথেষ্ট হ্ৰাস কৰিছে। …

দলং নিৰ্মাণৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

জোনমণি বেগম বিশ্বনাথ : বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়াৰ বকৰাপট্টাত দলং নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দলং নিৰ্মাণৰ দাবীত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। চতিয়াৰ বকৰাপট্টা অঞ্চলত কেইবাখনো দলংৰ অৱস্থা অতি জৰাজীৰ্ণ। এই অঞ্চলতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে …

আৰক্ষীয়ে আটক কৰা দালালক মুকলি কৰি বিধায়কৰ বিজয় উৎসৱ

হাইলাকান্দিৰ : আৰক্ষীয়ে ধৰিছে বিধায়কে মুকলি কৰি দিয়াৰ বাবে আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে। আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰি আনে থানালৈ, বিধায়কে পুৱা থানাত উপস্থিত হৈ মুকলি কৰি আনে মাটিৰ দালালক। হাইলাকান্দি জিলাৰ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ হেঁচাত আৰক্ষীয়ে …

বিশ্বনাথত ৩৩ জনকৈ মাটিৰ দালাল আটক : বিজেপিৰ নেতাও আছে তালিকাত

জোনমণি বেগম বিশ্বনাথ : ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজ্যৰ চুকে কোনে মাটিৰ দালালিৰ লগত জড়িত দালাল পৰিছে আৰক্ষীৰ জালত। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ৪৫৩ জন মাটিৰ দালাল আৰক্ষীৰ জালত পৰিছে। এই ৪৫৩ জন মাটিৰ দালালৰ ভিতৰত আছে বিশ্বনাথ জিলাৰ …

শিৱসাগৰত মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই ৫ জনকৈ দালালক আটক

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্রতৰ। জিলাখনত ইতিমধ্যে মাটিৰ দালালিৰ লগত জড়িত থকাৰ অভিযোগত ৫ জনক আটক। ২ জন মাটিৰ দালাল এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব …

বিজেপি নেতা মাটিৰ দালালিত : ৰঙিয়া আৰক্ষীৰ জালত দালালৰূপী বিজেপি নেতা

ৰঙিয়া : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো চলিল আৰক্ষীৰ দালাল বিৰোধী অভিযান। ৰঙিয়াত মুঠ ৬ জনকৈ মাটিৰ দালালক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা ৬ জন মাটিৰ দালালৰ ভিতৰত আছে বিজেপিৰ নেতাও। ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু কমলপুৰ ৰাজহ …

ৰাজ্যজুৰি অভিযান : ৪৫৩ জন মাটিৰ দালাল আৰক্ষীৰ জালত

গুৱাহাটী : এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে। সোমবাৰে নিশাৰ ভিতৰতে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৪৫৩ জন মাটিৰ দালালক জালত পেলায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব …

অসম-মেঘালয় সীমান্তৰ হাজিৰহাটত পৰম্পৰাগত নাওঁ খেল

দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ অসম-মেঘালয় সীমান্তৰ হাজিৰহাটত পৰম্পৰাগত নাওঁ খেল। চূড়ান্ত বিজয়ী টাকীমাৰী দল। বিগত প্ৰায় ৭০ বছৰ ধৰি হাজিৰহাটত এই পৰম্পৰাগত নাওঁ খেলখন অনুষ্ঠিত হৈ আহিছে। প্ৰতিবছৰে স্বাধীনতা দিৱস উপলক্ষে জিঞ্জিৰাম নদীত অনুষ্ঠিত হয় এই পৰম্পৰাগত নাওঁ খেলখন। …

এইবাৰ বিএছএফৰ গুলী চালনাত নিহত গৰু সৰবৰাহকাৰী

মানকাচৰ : এইবাৰ অপৰাধীক লক্ষ্য কৰি বিএছএফৰ গুলী চালনা। বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী। ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এই ঘটনা। কাঁইটীয়া তাঁৰৰ ওপৰেৰে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে বিএছএৰ গুলী নিহত গৰু সৰবৰাহকাৰী মহাম্মদ আলী। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত সংঘটিত …