মহানগৰীৰ সমীপৱৰ্তী ৰাণীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱক
ৰাণী : মহানগৰীৰ সমীপৱৰ্তী ৰাণীত পুনৰ বনৰীয়া হাতীৰ সন্ত্ৰাস। ৰাণী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন যুৱক। হাতীৰ আক্ৰমণত নিহত হোৱা যুৱকজনৰ নাম ৰাজীৱ বড়ো। ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে …