আমিনগাঁৱৰ ইমামী কোম্পানীৰ তিনি শতাধিক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
আমিনগাঁও : আমিনগাঁৱৰ ইমামী কোম্পানীৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ইমামী কোম্পানীৰ তিনি শতাধিক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ। ইমামী কোম্পানীত কৰ্মৰত শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াৰ বিৰোধিতা কৰি শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী শ্ৰমিক সকলে অভিযোগ কৰে …