দিল্লীৰ পৰা আহিছিল খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন
গুৱাহাটী : দিল্লীৰ পৰা আহিছিল খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন। বিশাল চৌধুৰী নামৰ এজনে যোগান ধৰিছিল এক কোকেইন। কুৰীয়াৰযোগে গুৱাহাটীলৈ কোকেইন যোগান ধৰিছিল ভিশাল চৌধুৰীয়ে। দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে বিশাল চৌধুৰী নামৰ কোকেইন সৰবৰাহকাৰীজনক। অসম আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সহযোগত অভিযান …