ক’লা মানুহৰ সন্দেহত ৰাইজে আটক কৰিলে দুজন চিলনী চোৰক

মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী চাটিভুইত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ক’লা মানুহৰ আতংকত দুজনকৈ চিলনী চোৰক দিন দুপৰতে ৰাইজে আটক কৰে। আৰক্ষীয়ে চিলনী চোৰ দুজনক উদ্ধাৰ কৰিবলৈ আহোঁতে আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি। নিশা হোৱাৰ লগে লগেই …

অসম-মিজোৰাম সীমান্তৰ অশান্ত লাইলাপুৰত মিজোৰামৰ বাহনৰ পৰা জব্দ ড্ৰাগছ

শিলচৰ : কাছাৰ জিলাৰ লাইলাপুৰৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। অসম আৰু মিজোৰামৰ সীমা বিবাদক কেন্দ্ৰ কৰি এতিয়াও ভিতৰি ভিতৰি উত্তপ্ত হৈ আছে লাইলাপুৰ। দুই ৰাজ্যৰ সীমা বিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ লাইলাপুৰত মিজোৰামৰ বাহনৰ পৰা জব্দ হৈছে ড্ৰাগছ। মঙলবাৰে …

মুকালমুৱাৰ তিনিগৰাকীকৈ ছাত্ৰীক গুৱাহাটী উদ্ধাৰ কৰিলে আৰক্ষীয়ে

আজিজ আলী মুকালমুৱা : গুৱাহাটীত উদ্ধাৰ হৈছে মুকালমুৱাৰ তিনি গৰাকীকৈ ছাত্ৰী। মুকালমুৱাৰ তিনি গৰাকী ছাত্ৰী গুৱাহাটীত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি মুকালমুৱাত তীব্ৰ চাঞ্চল্য। ৰামপুৰ জনতা হাইস্কুলৰ তিনিগৰাকী ছাত্ৰীক আন দুগৰাকী ছাত্ৰীয়ে গুৱাহাটীলৈ আনি এৰি থৈ গৈছিল। সোমবাৰে নিশাৰ ভাগত দৌলাশাল …

১ লাখ ৮০ হাজাৰ টকাত মুকালমুৱাৰ যুৱতীক বিক্ৰী ৰাজস্থানত

আজিজ আলী মুকালমুৱা : নলবাৰী জিলাৰ মুকালমুৱা ২ নং কাপলাবড়িৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত। সম্প্ৰতি যুৱতী গৰাকী ৰাজস্থানত অসহায় জীৱন অতিবাহিত কৰিছে৷ অসহায় যুৱতী গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে সদৰী কৰিছে এই কথা। আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ …

৫ লাখ ৫ হাজাৰ ৫ শ টকাসহ আৰক্ষীৰ জালত ২ গভাইট চোৰ

নেকিব আহমেদ যোৰহাট : দুই গভাইট চোৰ আৰক্ষীৰ জালত। যোৰহাট আৰক্ষীৰ জালত ৫ লাখ ৫ হাজাৰ ৫ শ টকাসহ দুই গভাইট চোৰ। যোৰহাটৰ এজন ব্যৱসায়ীৰ ঘৰৰ গ্ৰীল ভাঙি গভাইট চোৰ দুজনে লুটি নিছিল টকাখিনি। যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য। যোৰহাট আৰক্ষীয়ে …

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সুস্মিতা দেৱে : কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

গুৱাহাটী : দেওবাৰে নিজৰ পদত্যাগ পত্ৰ ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰি সোমবাৰে কলকাতাত উপস্থিত হৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় …

মুকালমুৱা আৰক্ষীৰ জালত আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী

আজিজ আলী মুকালমুৱা : মুকালমুৱাত আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছসহ জালত পেলালে তফাজ্জুল হক নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক। ২.৭২ গ্ৰাম হে’ৰইন আৰু নগদ ১০ হাজাৰ ৫০০ টকা জব্দ কৰিলে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।  মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ …

ষ্টার্ট-আপসকলৰ বাবে নতুন ঔদ্যোগিক নীতি গ্রহণ কৰিব লাগিব : মুখ্যমন্ত্রী

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম ষ্টার্ট-আপ দ্য নেষ্ট (ইনকুবেশ্যন চেণ্টাৰ)ৰ ক’হ’র্ট ৩.০ আৰু ট্রেইলব্লাজাৰ্ছ ২.০ কার্যসূচীৰ শুভাৰম্ভ কৰে। অসম ষ্টার্ট-আপ নীতি ২০১৭ অধীনত স্থাপন কৰা দ্য নেষ্টে উদীয়মান উদ্যোগীসকলক তেওঁলােকৰ ষ্টার্ট-আপৰ সপােন বাস্তবায়িত কৰাৰ এক অনুকূল …

ডঃ দিব্যজ্যোতি শইকীয়াক অসম সত্ৰ মহাসভাৰ “সমন্বিত যুৱ তীর্থ”ৰ মূখ্য উপদেষ্টাৰ দায়িত্ব ভাৰ অৰ্পণ

গুৱাহাটী : অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্র নাথ প্ৰধানীৰ নির্দেশ ক্রমে সোমবাৰৰ বিশেষ সভাই অসম সত্ৰ মহাসভা আৰু সমন্বিত যুৱ তীৰ্থৰ সদস্য আৰু ৰাইজৰ উপস্থিতিত অসম সত্র মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীর্থক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ প্রয়াসেৰে সমন্বিত …

পুনৰ মহানগৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী

গুৱাহাটী : পুনৰ মহানগৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী। মহানগৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক। হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক। দেওবাৰে স্বাধীনতা দিৱসৰ দিনা মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান …