মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিডিঅ’ কনফাৰেন্স যােগে কভিড-১৯ৰ শেহতীয়া স্থিতি পর্যালােচনা কৰিলে
গুৱাহাটী ১৩ এপ্ৰিল কভিড-১৯ অতিমাৰীৰ শেহতীয়া সংক্রমণ ৰােধ কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ব্যাপক হাৰত কভিড পৰীক্ষা কৰাৰ উপৰি মাইক্র’ কন্টেইনমেন্ট জন সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। মঙলাবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কভিড-১৯ …