বিহালীত ৰঞ্জিত দত্তই প্ৰচাৰ অভিযান চলাই প্ৰতিদ্বন্দী প্ৰাৰ্থীক তীব্ৰ আক্ৰমণ

জোনমণি বেগম বিশ্বনাথ ১২ মাৰ্চ বিহালী বিধানসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী এইবাৰ নিৰ্বাচনত জয়ী হওক বা নহওক কিয়, কিন্তু নিবনুৱা সকলক এটা চাকৰি দিবই। চাকৰিটো কিন্তু চৰকাৰে দিব নোৱাৰে, চাকৰিটো হৈছে মাটি দালালৰ চাকৰি। এই চাকৰিটো এগৰাকী বিধায়ক জয়ী হলেও দিব …

নলবাৰী সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ মনোনয়ন পত্ৰ দাখিল

আজিজ আলী নলবাৰী ১১ মাৰ্চ ভাৰতীয় জতীয় কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট বন্ধনৰ নলবাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই নলবাৰীত দাখিল কৰিলে মনোনয়ন পত্ৰ। হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ প্ৰদ্যুৎ কুমাৰ ভূঞাই নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ …

নগাঁৱত জ্বলিল কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং

কুন্দন ভৰালী নগাঁও ১১ মার্চ নগাঁৱত জ্বলিল কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং। প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কংগ্ৰেছ নেতাৰ সমৰ্থকে জ্বলালে কংগ্ৰেছৰ বেনাৰ, হৰ্ডিং। মাজনিশা উত্তাল হৈ পৰে নগাঁৱৰ টাউন ব্লক কংগ্ৰছৰ কাৰ্যালয়। ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে উত্তাল কৰিলে কংগ্ৰেছ কাৰ্যালয়। নিৰ্বাচনী গৰম বতাহৰ মাজতে …

টিহুত ৰঞ্জিত কুমাৰ দাসক উষ্ম আদৰণি

আজিজ আলী নলবাৰী ১০ মাৰ্চ টিহুত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক উষ্ম আদৰণি। পাটাছাৰকুছি সমষ্টিৰ মিত্ৰজোতৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে সমষ্টিত উপস্থিত হয় ৰঞ্জিত কুমাৰ দাস। টিহুত উপস্থিত হৈ প্ৰথমে নাথকুছি শিৱ মন্দিৰত সেৱা …

বঙাইগাঁৱত বদৰুদ্দিন আজমল আৰু এআইইউডিএফৰ কেন্দ্ৰীয় নেতৃত্বক নিষিদ্ধ ঘোষণা

গৰ্গ জ্যোতি দাস বঙাইগাঁও ১০ মাৰ্চ বঙাইগাঁও জিলাত এআইইউডিফৰ সভাপতি বদৰুদ্দিন আজমলকে ধৰি কেন্দ্ৰীয় নেতৃত্বক নিষিদ্ধ ঘোষণা কৰিলে দলটোৰ জিলা পৰ্যায়ৰ নেতা-কৰ্মীয়ে। বঙাইগাঁও জিলাত বদৰুদ্দিন আজমল আৰু আনিমুল ইছলাম অথবা দলটোৰ কোনো কেন্দ্ৰীয় নেতা আহিলে খেদি পঠিয়াবলৈ এআইইউডিএফৰ কৰ্মীয়ে আহ্বান …

মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে

হাস্না‌ বেগম গুৱাহাটী  ৯ মাৰ্চ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে মনোনয়ন পত্ৰ দাখিল কৰিলে মাজুলীত। টিকট বঞ্চিত অগপ নেতা বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰিলে মনোনয়ন পত্ৰ। চামগুৰিত …

“আমাৰ অসম”ৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদলৈ “দায়বদ্ধ সাংবাদিকতা বঁটা” প্ৰদান “ইজা”ৰ

আজিজুল হক বৰপেটা ৯ মাৰ্চ “বঁটা বাহন কেৱল স্বীকৃতিয়ে নহয়, ই এক প্ৰেৰণা। অতীতৰ সাংবাদিকতা আৰু সাম্প্ৰতিক সময়ৰ সাংবাদিকতাৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়াৰ সংবাদ পৰিবেশন, সংগ্ৰহ যাতায়ত ব্যৱস্থা আদি ক্ষেত্ৰত অতি জটিলতা আছিল কিন্তু যুগৰ পৰিবৰ্তনৰ লগে লগে এই …

বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক কুন্তল কলিতাক “নিষ্ঠাৱান সাংবাদিক বঁটা” প্ৰদান “ইজা”ৰ

আজিজুল হক বৰপেটা ৯ মাৰ্চ বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক কুন্তল কলিতালৈ ইণ্ডিয়ান জাৰ্নালিষ্ট এছ’চিয়েশ্যন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিয়ে আগবঢ়াইছে “নিষ্ঠাৱান সাংবাদিকতা বঁটা ২০২১”। বৰপেটাৰ কয়াকুছিত ৭ মাৰ্চত ফুলাম গামোচা, জাপি, মানপত্ৰ আৰু মেমন্টোৰে কুন্তল কলিতাক এই বঁটা প্ৰদান কৰে “ইজা”ৰ …

জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাক ‘ইজা’ৰ তথ্য চিত্ৰ সাংবাদিকতা বঁটা প্ৰদান

আজিজুল হক বৰপেটা ৮ মাৰ্চ ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ বৰপেটা জিলা সমিতিয়ে সাংবাদিক ফৰহাদ ভূঞাক “তথ্যচিত্ৰ সাংবাদিকতা ২০২১” বঁটা প্ৰদান কৰে। কয়াকুছিত অনুষ্ঠিত ইজাৰ জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত ফুলাম গামোচা, মানপত্ৰ, জাপি আৰু মেমেন্টোৰে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ইণ্ডিয়ান …

ৰূপহীহাটত জব্দ ১ লাখ ২৯ হাজাৰ টকা

কুন্দন ভৰালী নগাঁও ৮ মাৰ্চ ৰূপহীহাটত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰিলে ১ লাখ ২৯ হাজাৰ টকা। ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ নগাবন্দা তিনিআলিত জব্দ টকাখিনি। সোমবাৰে সন্ধিয়াৰ ভাগতো ফ্লাইং স্কোৱাৰ্ডে এখন বাহনত তালাচি চলাই নগদ ধন জব্দ কৰে। নগাঁও জিলাৰ পৰা …