চামগুৰিৰ ৰঙাগড়াত ভয়াবহ পথ দুর্ঘটনা
কুন্দন ভৰালী নগাঁও ১০ ফেব্ৰুৱাৰী চামগুৰিৰ ৰঙাগড়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা ম’বাইল মিনি ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। দুর্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰৰ চালক আৰু হেণ্ডিমেনে। স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে আহত টাটা ম’বাইলৰ চালক আৰু হেণ্ডিমেনক। …