শিৱসাগৰত ঐক সেনা অসমৰ সাত গৰাকী সদস্যক গ্ৰেপ্তাৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩১ জানুৱাৰী ঐক্য সেনা অসমৰ সদস্য গোলাপজান আলীৰ মৃতদেহ সমদল কৰাক কেন্দ্ৰ কৰি শিৱসাগৰ নামতি চাৰিআলিত শনিবাৰে বিয়লি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এই সন্দৰ্ভত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ …

বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত অসম পৰিবহন নিগমৰ নৱনিৰ্মিত বাছ আস্থান মুকলি কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

জোনমণি বেগম বিশ্বনাথৰ ৩১জানুৱাৰী দেওবাৰে বিশ্বনাথ জিলাৰ বৰগাঙত অসম পৰিবহন নিগমৰ নৱনিৰ্মিত বাছ আস্থান মুকলি কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙত প্ৰায় দুটা দশকধৰি জৰাজীৰ্ণ অৱস্থাত থকা বৰগাঙ বাছ আস্থানটো অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত …

পথ দুৰ্ঘটনাত নিহত ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগ ৩১ জানুৱাৰী শিৱসাগৰ কালুগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা। শুকুৰবাৰে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত কালুগাঁৱত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা …

চুতীয়া জাতি শক্তিশালী হােৱা মানে অসমীয়া জাতি শক্তিশালী হােৱা : মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল

লখিমপুৰ ৩০ জানুৱাৰী : ‘চুতীয়া শব্দৰ অৰ্থ হৈছে অতি কষ্টসহিষ্ণু আৰু উচ্চ গুণসম্পন্ন মানুহ। এনে উচ্চ আদৰ্শৰে পৰিচালিত এই জনগােষ্ঠীটোৱে অতীজৰে পৰা বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত অনবদ্য অৰিহণা আগবঢ়াই আহিছে। চুতীয়া জাতি শক্তিশালী হােৱা মানে অসমীয়া জাতি শক্তিশালী হােৱা।’ …

বিশ্বনাথত বনবিভাগৰ কাৰ্যালয় সহ সামগ্ৰী ধ্বংসৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

জোনমণি বেগম বিশ্বনাথ ৩০ জানুৱাৰী বিশ্বনাথত বন বিভাগৰ কাৰ্যালয় সহ-সামগ্ৰী ধ্বংসৰ অভিযোগত এজনক গ্ৰেপ্তাৰ। বন বিভাগৰ কাৰ্যালয় সহ-সামগ্ৰী ধ্বংসৰ অভিযোগত এজনৰ গ্ৰেপ্তাৰকলৈ বিশ্বনাথ ঘাটত তীব্ৰ প্ৰতিক্ৰিয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া গোনা ম’হে বিশ্বনাথ চাৰিআলিত …

শিৱসাগৰত পথ সজাগতা শিবিৰ সম্পন্ন

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩০ জানুৱাৰী শিৱসাগৰত পথ সজাগতা শিবিৰ সম্পন্ন । শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ উদ্যাগত বানমূখ অঞ্চলত অনুষ্ঠিত কৰা হয় এক পথ সজাগতা শিবিৰ৷ ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ সমগ্ৰ দেশতে …

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শংকৰ মহোৎসৱ

কুন্দন ভৰালী নগাঁও ২৯ জানুৱাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু কৃষ্টিৰাজিৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ। মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে …

শিৱসাগৰত আয়ােজিত গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্রতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৯ জানুৱাৰী শিৱসাগৰত আয়ােজিত গাঁওৰক্ষী সংগঠনৰ ৭২ তম প্রতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ। গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্রতিমূর্তি গুৱাহাটীত স্থাপনৰ পদক্ষেপ ল’বলৈ আৰক্ষী সঞ্চালক প্রধানক মুখ্যমন্ত্রীৰ নির্দেশ। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শুকুৰবাৰে …

পৰ্যটকস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰে এখন গাঁৱত উপস্থিত ৬০ গৰাকী এচ এচ এচৰ শিক্ষাৰ্থী

জোনমণি বেগম বিশ্বনাথ ২৯ জানুৱাৰী বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ এখন অতিকৈ পিছপৰা গাঁও। ৰাজ্যৰ অন্যান্য গাঁও সমূহৰ তুলনাত এই গাঁওখনত নাই কোনো ধৰণৰ অত্যাধুনিক সা-সুবিধা। গাঁওখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশক সম্পদ হিচাপে লৈ গাঁওখনক এক আকৰ্ষণীয় পৰ্যটকস্থলী হিচাপে …

পুত্ৰ সন্তানক এৰি মাতৃ পলাই গ’ল অন্য যুৱকৰ সৈতে

কুন্দন ভৰালী নগাঁও ২৮ জানুৱাৰী পুত্ৰ সন্তানক এৰি মাতৃ পলাই গ’ল অন্য যুৱকৰ সৈতে। নগাঁৱত এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গ’ল অন্য যুৱকলৈ। মাতৃক ঘুৰি আহিবলৈ আকুল আহ্বান দেৱশিশুৰ। বিজ্ঞান প্রযুক্তি বিদ্যাৰ যুগত মবাইল ফোন খুবেই জৰুৰী কিন্তু …