প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত ৰাজ্যখনৰ ১.০৬ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্রদান কার্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে

শিৱসাগৰ ২৩ জানুৱাৰী খিলঞ্জীয়াৰ স্বাভিমান আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ দিশত এক নজিৰ সৃষ্টি কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে শনিবাৰে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত ৰাজ্যখনৰ ১.০৬ লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্রদান কার্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে ৰাজ্যৰ …

বিশ্বনাথত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

জোনমণি বেগম বিশ্বনাথ ২৩ জানুৱাৰী বিশ্বনাথত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। “কা” বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ …

চামগুৰিত পথ দুৰ্ঘটনাত আহত তীৰ্থযাত্ৰী

নৱজ্যোতি বৰুৱা চামগুৰি ২৩ জানুৱাৰী নগাঁও জিলাৰ তেলীয়াগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত আহত হয় কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী। নিশা কয়লা ভৰ্তি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় তীৰ্থযাত্ৰীৰ বাছ। স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত তীৰ্থযাত্ৰী সকলক উদ্ধাৰ …

শিৱসাগৰত প্ৰতিবাদকাৰী আছু কৰ্মী আৰু সুৰক্ষা বাহিনীৰ হতাহতি

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২২ জানুৱাৰী শিৱসাগৰত প্ৰতিবাদকাৰী আছু কৰ্মীৰ লগত সুৰক্ষা বাহিনীৰ হতাহতি। ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ কাৰ্যসূচীত বাধা আৰক্ষীৰ। শিৱসাগৰৰ লগতে গুৱাহাটী মহানগৰীৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰীৰ অসম …

মূল্যবৃদ্ধিৰ ধনেৰে লাস-বিলাসত মত্ত শাসকীয় দলৰ নেতা মন্ত্ৰী : ৰকিবুল হুছেইন

কুন্দন ভৰালী নগাঁও ২২ জানুৱাৰী মূল্যবৃদ্ধিৰ ধনেৰে লাস বিলাসত মত্ত শাসকীয় দলৰ নেতা মন্ত্ৰী। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ। অত্যাৱশ্যকীয় সমগ্ৰীৰ লগতে পেট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজ্যজুৰি প্ৰতিবাদ। ঠায়ে ঠায়ে চাইকেল সমদল উলিয়াই মূল্যবৃদ্ধি …

পিতৃ-মাতৃয়ে ডেৰ বছৰীয়া শিশুক পুখুৰীত পেলাই হত্যা কৰাৰ সন্দেহ

ফজলুৰ ৰহমান সোণতলী ২২ জানুৱাৰী কিমান পাষণ্ড হ’ব পাৰে পিতৃ -মাতৃ ? কোনো মাতৃয়ে নিজৰ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰেনে ? এই প্ৰশ্নৰ উত্তৰত দিব পাৰি হয় বুলি। হয় পিতৃ-মাতৃয়ে হত্যা কৰিব পাৰে নিজ সন্তানক। পিতৃ-মাতৃয়ে সন্তানক হত্যা কৰাৰ …

মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা প্ৰাথমিক শিক্ষকক বৰপেটাত বাধা আৰক্ষীৰ

বৰপেটা ২২ জানুৱাৰী মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা প্ৰাথমিক শিক্ষকক বৰপেটাত বাধা আৰক্ষীৰ৷ বঙাইগাঁও জিলাৰ পৰা অহা কেবাখনো বাহন আবদ্ধ কৰি গুৱাহাটীৰ আন্দোলনৰ কাৰ্যসূচীত যোগদানত বাধা বৰপেটা আৰক্ষীৰ৷ বঙাইগাঁৱৰ মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰায় ৬ খন বাহন আৱদ্ধ কৰি …

বিষাক্ত পানী খাই জীৱন যাপন কৰিবলৈ বাধ্য ৰাইজ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২১ জানুৱাৰী এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। আঠ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে শিমুলটাপু বিশুদ্ধ খোৱা পানী আচঁনি। বিষাক্ত পানী খাই জীৱন যাপন কৰিবলৈ বাধ্য অঞ্চলটোৰ ৰাইজ। বি টি এ ডিৰ কোকৰাঝাৰ …

নগাঁও আৰক্ষীৰ জালত ধিং সোণাৰীগাঁৱৰ হত্যাকাণ্ডৰ অভিযুক্ত

কুন্দন ভৰালী নগাঁও ২১ জানুৱাৰী নগাঁও আৰক্ষীৰ জালত ধিং সোণাৰীগাঁৱৰ হত্যাকাণ্ডৰ অভিযুক্ত। প্ৰতিবাদৰ পিছত গা লৰিল আৰক্ষীৰ। হত্যাকাণ্ডৰ লগত জড়িত থকা অন্য কেইবাগৰাকী অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত থকাৰ অভিযোগ। নগাঁৱৰ সোণাৰীগাঁৱত সংঘটিত হত্যাকাণ্ডক লৈ বেছামাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত …

ৰাইজৰ তৎপৰতাত জব্দ নিষিদ্ধ কফ ছিৰাপ

ফজলুৰ ৰহমান সোণতলী ২১ জানুৱাৰী ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে অভিযান। ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে দক্ষিণ কামৰূপৰ সোণতলীবাসী ৰাইজ৷ এইবাৰ সোণতলীবাসী ৰাইজৰ তৎপৰতাত জব্দ ১০ কাৰ্টুন নিষিদ্ধ কফ ছিৰাপ ৷ ছয়গাঁও আৰু বকো সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এচাম ড্ৰাগছ ব্যৱসায়ীয়ে দিনে-নিশাই …