অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ভূমি পট্টাৰ দাবী
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২০ জানুৱাৰী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ভূমি পট্টাৰ দাবী। এফালে বিজেপি চৰকাৰে ঢাক ঢোল বজাই শিৱসাগৰত ভূমি পট্টা প্ৰদানৰ কথা ঘোষনা কৰিছে। আনহাতে অনুসূচিত জাতি ছাত্ৰ সন্থাই ভূমি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে। …