বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত চিৰাংত বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ উদ্ধাৰ
চিৰাং ৫ ডিচেম্বৰ চিৰাংত বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত বৃহৎ পৰিমানৰ মাৰনাস্ত্ৰ উদ্ধাৰ। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত সিধাপাৰাত আৰক্ষীৰ অভিযান। কেইবাঠাইত আৰক্ষীয়ে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মাৰনাস্ত্ৰখিনি। চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে সংবাদ …