তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমৰ লগত কথাৰ পতাৰ দৰেই অনুভৱ হৈছিল : ৰাহুল গান্ধী

গুৱাহাটী ২৫ নৱেম্বৰ তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমৰ লগত কথাৰ পতাৰ দৰেই অনুভৱ হৈছিল। প্ৰতি মুহূৰ্ততে কেৱল অসমৰ কথাই পাতিছিল তৰুণ গগৈয়ে। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপন কৰি আৱেগিক ৰাহুল গান্ধী। সোমবাৰে সন্ধিয়া পৰলোকপ্ৰাপ্তি ঘটা ৰাজ্যৰ …

২৬ নৱেম্বৰত অসমলৈ আহিব ৰাহুল গান্ধী

গুৱাহাটী ২৪ নৱেম্বৰ ২৬ নৱেম্বৰত অসমলৈ আহিব ৰাহুল গান্ধী। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যত উপস্থিত থাকিব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যত। সোমবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত …

আঞ্চলিক শক্তি সমূহ একত্ৰিত কৰি ৰাজনৈতিক যুঁজত নামিব এজেপি

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৪ নৱেম্বৰ ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত শিৱসাগৰত অনুষ্ঠিত হ’ব ৰাজনৈতিক অভিৱৰ্তন। কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দল আৰু বিজেপি, এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক দলৰ সৈতে কোনো মিত্ৰতা নহয়। আঞ্চলিক শক্তি সমূহ একত্ৰিত কৰি ৰাজনৈতিক যুঁজত নামিব …

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ : এগৰাকী সুদক্ষ, সফল তথা বিশিষ্ট ৰাজনৈতিক নেতাৰ বৰ্ণিল জীৱনৰ অৱসান : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী ২৩ নৱেম্বৰ দীৰ্ঘদিন চিকিৎসলায়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত শোকত ভাঙি পৰিছে ৰাজ্যবাসী। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি মানুহৰ মুখে মুখে এতিয়া কেৱল মাত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী …

শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটী ২৩ নৱেম্বৰ শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। শনিবাৰে দুপৰীয়াৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। ৰাজ্যজুৰি শোকৰ ছাঁ। দীৰ্ঘদিনীয়া অসুস্থতাৰ …

গোসাইগাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ নৱজাত শিশু

মীৰ জিয়াউৰ ৰহমান গোসাইগাও ২৩ নৱেম্বৰ গোসাইগাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ নৱজাত শিশু। ৰে’ল লাইনৰ কাষত বস্তাৰ ভিতৰত উদ্ধাৰ কন্যা শিশু। আৰপিএফ লোকে কন্যা শিশুটোক উদ্ধাৰ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে। বৰ্তমান সম্পূৰ্ণ সুস্থ শিশুটি। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও হাট ৰে’ল ষ্টেচনৰ সমীপত …

শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত আনুষ্ঠিত ১৬ সংখ্যক শিৱসাগৰ জিলা ‘উচু’ প্ৰতিযোগিতা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৩ নৱেম্বৰ শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাবত আনুষ্ঠিত ১৬ সংখ্যক শিৱসাগৰ জিলা ‘উচু’ প্ৰতিযোগিতা। শিৱসাগৰ উচু’ ক্লাবৰ উদ্যোগত অনুস্থিত এই প্ৰতিযোগিতাত শিৱসাগৰৰ ৯ টা উচু ক্লাবৰ প্ৰায় ১৩৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ১৬ সংখ্যক শিৱসাগৰ …

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি : সকলো চৰকাৰী কাৰ্যসূচী বাতিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী ২৩ নৱেম্বৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি। সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিশেষ বিমানযোগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৰ’ণা ভাইৰাছত আক্রান্ত হৈ বিগত তিনি …

ৱাৰ্ড কমিছনাৰৰ পৰা মুখ্যমন্ত্ৰীলৈ তৰুণ গগৈ

বাহাৰুল ইছলাম ২৩ নৱেম্বৰ ধাৰাবাহিক ভাৱে ৰাজ্যখনৰ তিনিটা কাৰ্যকালৰ মূখ্যমন্ত্ৰী তৰুণ গগৈ। সফল ৰাজনীতিবিদ হিচাপে তিনিওটা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল গগৈয়ে। মাত্ৰ দুটা নিৰ্বাচিনত পৰাজিত হৈছিল তৰুণ গগৈ। ইয়াৰ বাহিৰে সাংসদ হিচাপে ছয়বাৰ আৰু বিধায়ক হিচাপে পাঁচবাৰ জয়লাভ কৰিছিল তৰুণ গগৈ। …

কংগ্ৰেছৰ দূৰ্গ পুনৰুদ্ধাৰৰ বাবে বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী সজল সিংহৰ ব্যাপক প্ৰয়াস

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও  ২২ নৱেম্বৰ কংগ্ৰেছৰ দূৰ্গ পুনৰুদ্ধাৰৰ বাবে বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী সজল সিংহৰ ব্যাপক প্ৰয়াস। দল এৰি যোৱা সকলক ওভতাই অনাৰ চেষ্টা সজল সিংহৰ। ৭০ জনকৈ আদিবাসী যুৱকক যোগদান কৰালে কংগ্ৰেছ দলত। বিটিচি নিৰ্বাচনৰ দিন যিমানে চমু …