ৰূপহীহাটত আছুৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত

মুস্তাক আহমেদ জুৰীয়া ৭ নৱেম্বৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰূপহীহাটৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৰ প্ৰতিবাদ। বিজেপি চৰকাৰকখনক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী আছু কৰ্মীৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মুকয়বৰ সাধাৰণ জনতাক জুৰুলা …

অৰুণোদয় আঁচনি ৰূপায়নত হোজাইত স্বজন-তোষনৰ অভিযোগ

ছাহিদুল আলম ডবকা ৭ নৱেম্বৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত হৈছে বিধৱা, বিশেষভাৱে সক্ষম লোক৷ আঁচনি ৰূপায়নত হোজাইত স্বজন-তোষনৰ অভিযোগ।আঁচনিত সংঘটিত অনিয়মৰ বিৰুদ্ধে হোজাইৰ মোৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত বিধৱা, বিশেষভাৱে সক্ষম লোকৰ নাম সন্নিবিষ্ট নোহোৱা। অৰুণোদয় …

শিৱসাগৰত হাতে হাতে কাঁহী-বাতি লৈ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছু’ৰ বিক্ষোভ প্ৰদৰ্শন

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা ৰহমান শিৱসাগৰ ৭ নৱেম্বৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰেও সদৌ অসম ছাত্ৰ সন্থা ৰাজপথত। ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। শিৱসাগৰৰ ৰাজপথত মূল্যবৃদ্ধি ৰোধৰ দাবীত হাতে হাতে কাঁহী-বাতি লৈ আছু কৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদ। …

৫০ জনীয়া যুৱকৰ দলে আক্ৰমণ চলালে আৰক্ষীৰ ওপৰত

কুন্দন ভৰালী নগাঁও ৭ নৱেম্বৰ নগাঁৱৰ মৰিকলং থানাত উত্তপ্ত পৰিস্থিতি। উদণ্ড যুৱকৰ অসভ্যলি। প্ৰায় ৫০ জনীয়া যুৱকৰ এটা দলে মৰিকলং থানাৰ আৰক্ষীৰ ওপৰত চলালে আক্ৰমণ কৰে। সাৰি নগ’ল মহিলা আৰক্ষীও। শুক্ৰবাৰে সন্ধিয়াৰ ভাগত নগাঁও জিলাৰ মৰিকলং থানাৰ সমীপৰ ষ্টেছন ৰোডত …

কৃষিভূমি বণিক গোষ্ঠীক প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ

নৱজ্যোতি বৰুৱা চামগুৰি ৭ নৱেম্বৰ নগাঁৱৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ চলচলি মৌজাৰ তথা বঢ়হমপুৰ সমষ্টি অন্তৰ্গত মিকিৰবামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা দীৰ্ঘদিন ধৰি দখলদাৰী কৃষক সকলক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট …

গাঁৱৰ দোকানত চাউলৰ বিনিময়ত পিয়াঁজ ল’বলৈ ওলাই আহি ৰাইজৰ ভিৰ

টীয়ক ৭ নৱেম্বৰ টীয়কৰ এখন ভিতৰুৱা গাঁৱৰ গেলামাল দোকানৰ সন্মুখত হাতে হাতে চাউলৰ টোপোলালৈ ৰাইজৰ ভিৰ। গেলামালৰ দোকানখনত চাউলৰ বিনিময়ত পিয়াঁজ ল’বলৈ ওলাই আহি ৰাইজৰ ভিৰ। চাউলৰ বিনিময়ত পিয়াঁজ বিচাৰি গেলামালৰ দোকানী জনক অতিষ্ঠ কৰে ৰাইজে। যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ …

সংবাদ মাধ্যমৰ বাবে আশাৰ পোহৰ নামি আহিল এটি দৰিদ্ৰ পৰিয়াললৈ

আছাহিদুল আলম ডবকা ৭ নৱেম্বৰ সংবাদ মাধ্যমৰ বাবে আশাৰ পোহৰ নামি আহিল এটি দৰিদ্ৰ পৰিয়াললৈ। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতে নীলবাগানৰ এজন দূৰ্ভগীয়া যুৱকলৈ হৃদয়বান লোকসকলে আগবঢ়াইছে সাহায্য৷ চৌদি আৰব, ডুবাইৰ উপৰিও আমেৰিকাৰ পৰা আহিছে সাহায্য৷ কিছুদিন পূৰ্বে হোজাই জিলাৰ …

শিৱসাগৰত নৱগঠিত আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদে বজালে নিৰ্বাচনী ৰণডংকা

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৬ নৱেম্বৰ দলীয় পতাকা আৰু সংবিধান মুকলি কৰাৰ ঠিক পিছতে শুকুৰবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰত অসম জাতীয় পৰিষদ আৰু ইয়াৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ শিৱসাগৰ জিলা সমিতিৰ গঠনৰ উদ্দেশ্যে বিশেষ ৰাজহুৱা সভা তথা যোগদান …

হিমন্ত বিশ্ব শৰ্মাৰ আগমনকলৈ কলাইগাঁৱত উত্তাল প্ৰতিবাদ

কলাইগাঁও ৬ নৱেম্বৰ মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ আগমনকলৈ কলাইগাঁৱত সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ। বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ আগ মুহূৰ্তত জ্বলিল দুই নেতাৰ প্ৰতিমূৰ্তি। অসমৰ ৰাইজক চূড়নত প্ৰতাৰণা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ …

মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মহিলাৰ প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৬ নৱেম্বৰ নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত ঋণ পৰিশোধ কৰিব নোৱাৰি একেটা পৰিয়ালৰ পাঁচজনকৈ ব্যক্তিয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি ল’বলৈ বাধ্য হৈছিল। গোসাইগাঁৱৰ এই হৃদয়বিদাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে এইবাৰ কাঠফুলাৰ দৰে …