এটিএম হেকাৰ আৰু সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী চলোৱা চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
কুন্দন ভৰালী নগাঁও ১৩ অক্টোবৰ নগাঁৱৰ ভূঁঞাপট্টিত আৰক্ষীৰ অভিযান। এটিএম হেকাৰ আৰু সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী চলোৱা চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজীৱ আহমেদ নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত চলিছিল এই চক্ৰটো। ৰাটাজ ইণ্ডিয়া টেকনলজী প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানত আৰক্ষীৰ …