মহানগৰীত মানুহৰ ঘৰত আশ্ৰয় ল’লে বনৰীয়া হাতীৰ পোৱালি

গুৱাহাটী ২২ ছেপ্টেম্বৰ ধাৰাসাৰ বৰষুণৰ মাজতে মহানগৰীৰ পানবাৰীত এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈছে এটি বনৰীয়া হাতীৰ পোৱালিয়ে। সোমবাৰে নিশাৰ ভাগৰে পৰা বৰষুণত তিতি আছে হাতীৰ পোৱালিটো। বন বিভাগে হাতীৰ পোৱালিটোক উদ্ধাৰ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। মহানগৰীৰ চন্দ্ৰপুৰৰ …

প্ৰাক্তন সাংসদ বিৰেনছিং ইংতিৰ বাসভৱনত বয়-বস্তু লণ্ডভণ্ড দুৰ্বৃত্তৰ

ডিফু ২২ ছেপ্তেম্বৰ প্ৰাক্তন সাংসদ বিৰেনছিং ইংতিৰ ঘৰত দূৰ্বৃত্তৰ আক্ৰমণ। প্ৰাক্তন সাংসদ গৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে পুৱা ৫ মান বজাত কোনো অজ্ঞাত দূৰ্বৃত্তই প্ৰাক্তন সাংসদ গৰাকীৰ ডিফুস্থিত বাসভৱনৰ চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি চৌহদতে থকা কোৰ এটা …

বিজেপি চৰকাৰৰ বিৰুদ্ধে চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২২ ছেপ্টেম্বৰ শিৱসাগৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ৷ বিধানসভা নিৰ্বাচনত যোগ্য প্ৰতু্ত্বৰ দিয়াৰ হুংকাৰ। বিজেপি চৰকাৰৰ জন বিৰোধী নীতি আৰু চাহ জনগোষ্ঠীক চলাই অহা প্ৰতাৰণাৰ বিৰুদ্ধে পুণৰ উত্তাল হৈ …

গোৱালপাৰাৰ লক্ষীপুৰৰ গোসাইডুবিত দেশী জনগোষ্ঠী যুৱ ছাত্র মঞ্চৰ প্ৰথম সংখ্যক কেন্দ্ৰীয় অধিবেশন

লক্ষীপুৰ ২২ ছেপ্টেম্বৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ গোসাঁইডুবিত মঙলবাৰে দিনজোৰা কার্যসূচীৰে উদযাপিত হয় দেশী জনগোষ্ঠীয় যুৱ ছাত্র মঞ্চ, অসমৰ প্ৰথম সংখ্যক কেন্দ্ৰীয় অধিবেশন। অধিবেশনত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। অধিবেশনৰ শুভাৰম্ভনিতে দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় …

চিকিৎসক, নাৰ্ছ অবিহনেই চলিছে এখন চিকিৎসালয়

আব্দুল হক নগৰবেৰা ২২ ছেপ্টেম্বৰ চিকিৎসক, নাৰ্ছ অবিহনেই চলিছে এখন চিকিৎসালয়। এমাহে চিকিৎসক উপস্থিত নথকাত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বৰপেটাৰ পুৱ মহচৰাৰ হাজাৰ হাজাৰ লোক। কানসাৰ নাই স্বাস্থ্য বিভাগৰ। চিকিৎসালয়ৰ সন্মুখতে ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। বৰপেটা জিলাৰ চেঙা …

মঙলবাৰে সন্ধিয়া ভাগৰ পৰা নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ

নৱজ্যোতি বৰুৱা চামগুৰি ২২ ছেপ্টেম্বৰ চামগুৰিৰ পাৱাৰ গ্ৰীড চাব-ষ্টেচনত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত পাৱাৰ গ্ৰীড চাব-ষ্টেচনত উপস্থিত হৈ মঙলবাৰে সন্ধিয়া ভাগৰ পৰা নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ আশ্বাস। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত বিগত ছয় দিন ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ …

নিশা হ’লেই জয়সাগৰ পুখুৰীৰ পাৰত নিৰৱে উচুপে মহাসতী জয়মতীয়ে

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২২ ছেপ্টেম্বৰ পৰ্যটনৰ ভূ-স্বৰ্গ জয়সাগৰৰ পুখুৰীৰ অৱৰ্ণনীয় অৱস্থা৷ পথৰ দুৰৱস্থা, পুখুৰীৰ পাৰে পাৰে গজি উঠা হাবি-জংঘলৰ বাবেই আকৰ্ষণ কমিছে জয়সাগৰৰ৷ নিধিৰাম চৰ্দাৰ পুৰাতত্ব বিভাগ৷ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা ৰুদ্ৰসিংহৰ বৃহৎ প্ৰতিমুৰ্তি খহি পৰাৰ …

যোৱা পোন্ধৰ দিনত ৭০ টাকৈ পৰিয়ালে হেৰুৱালে ঘৰ

কলগাছিয়া ২১ ছেপ্টেম্বৰ বাঘবৰ সমষ্টিৰ গোবিন্দপুৰ গাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ আন্দোলনৰ কাৰ্য্যসূচী। যোৱা পোন্ধৰ দিনত ৭০টাকৈ পৰিয়ালৰ ঘৰ ভেটি নৈৰ বুকুত জাহ যোৱাত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে নদীৰ পাৰ। খহনীয়া প্ৰতিৰোধ নকৰিলে ভোট বৰ্জনৰ …

খহনীয়াৰ প্ৰতিৰোধৰ স্থায়ী সমাধান বিচাৰি সোৱণশিৰিৰ পাৰত তীব্ৰ প্ৰতিবাদ

লখিমপুৰ ২১ ছেপ্টেম্বৰ খহনীয়াৰ প্ৰতিৰোধৰ স্থায়ী সমাধান বিচাৰি সোৱণশিৰিৰ পাৰত তীব্ৰ প্ৰতিবাদ। প্ৰখৰ ৰ’দকো নেওচি সোৱণশিৰিৰ ভীমপাৰা মঠাউৰিৰ পাৰত ৰাইজৰ প্ৰতিবাদ। খহনীয়াত ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতি পুৰণ প্ৰদান দাবী প্ৰতিবাদকাৰী ৰাইজৰ। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত ভীমপাৰা মঠাউৰিত সোৱণশিৰি নদীৰ …

দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত কেইবাজনো লোক 

মিৰ্জা ২১ ছেপ্টেম্বৰ কৰ’ণা মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰাত স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ। যান বাহনৰ চলাচলো স্তব্ধ হৈ পৰাত হ্ৰাস পাইছিল পথ দুর্ঘটনৰ ঘটনা। বৰ্তমান লকডাউন বহু ক্ষেত্ৰত শিথিলতা কৰি দিয়াৰ লগে লগে যান বাহনৰ যান-বাহনৰ …