ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি
কুন্দন ভৰালী নগাঁও ১৬ ছেপ্টেম্বৰ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি। নগাঁৱৰ ব্যক্তিগত ক্লিনিকত চিকিৎসাধীন হৈ আছিল ৰোগী গৰাকী। কভিড পৰীক্ষা নকৰাকৈ চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ অভিযোগ। এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ এটা ব্যক্তিগত ক্লিনিকত সৃষ্টি হয় উত্তপ্ত …