বিদ্যুৎস্পৃষ্ট হৈ আৰু এজনৰ মৃত্যু
ফজলুৰ ৰহমান সোণতলী ৫ আগষ্ট বৰপেটাত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। বৰপেটাৰ দক্ষিণ প্ৰান্তৰ মহচৰাত বিদ্যুৎস্পৃষ্ট হৈ বুধবাৰে দ্বিতীয়জন লোকৰ মৃত্যু।বিদ্যুৎৰ ফিউজ সংযোগ কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মহচৰা এন চি গাঁৱৰ শুকুমুদ্দিন নামৰ যুৱক জনৰ মৃত্যু। জানিব পৰা মতে বিদ্যুৎৰ …