দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ কৃষকৰ মাজত হাহাকাৰ

আব্দুল হক নগৰবেৰা ৫ জুলাই বানে মহটিয়াই থৈ গ’ল দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি। কৃষি প্ৰধান অঞ্চলটোত এতিয়া কৃষকৰ মাজত হাহাকাৰ। প্ৰলয়ংকাৰী বানে মাজৰচৰ, কালাইৰদিয়া, আলোপতি, নিচানৰচৰ, খোলাবান্ধা, কাৰাইখাইতি, পাঠীমাৰী আদি অঞ্চলৰ শ শ বিঘা কৃষিভূমি ধ্বংস কৰি থৈ যোৱাত …

নিচা জাতীয় সামগ্ৰী ক্ৰয় কৰিব যোৱা আৰক্ষীক ৰাইজৰ উত্তম মাধ্যম

কুন্দন ভৰালী নগাঁও ৪ জুলাই ৰাইজৰ ৰোষত পৰিল এগৰাকী আৰক্ষী জোৱান। নিচা জাতীয় সামগ্রী কিনিবলৈ যোৱা আৰক্ষী জোৱানক ৰাইজৰ উত্তম মাধ্যম। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত পলায়ন আৰক্ষী জোৱানজনৰ। নিচা জাতীয় সামগ্ৰীৰ ঘাটিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে চলাই …

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত

আজিজ আলী মুকালমুৱা  ৪ জুলাই মুকালমুৱাত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে৷ মুকালমুৱা ৰাজীৱ ভৱনৰ সন্মুখত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰতিবাদ৷ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো দেশত বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ …

লক ডাউনৰ মাজতে কাহিলিপাৰাত মদৰ বেহা

গুৱাহাটী ৪ জুলাই গুৱাহাটীত ১৪ দিনৰ বাবে চলি আছে কঠোৰ লক ডাউন। দোকান-বজাৰ সকলো বন্ধ, ৰাজপথ জনশূন্য। আনকি গাখীৰ ব্যৱসায়ী সকলে গাখীৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে ৰাজপথৰ ওপৰত গাখীৰ পেলাই প্ৰতিবাদ কৰিছে। ইমান কঠোৰ লক ডাউনৰ মাজতো কিছুমানে আৰক্ষী প্ৰশাসনৰ …

খুটি বিহীন ১৫০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং এইখন অসমতে নিৰ্মাণ হ’ল

আব্দুল হক নগৰবেৰা ৪ জুলাই এক যন্ত্ৰণাদায়ক যুগৰ অৱসান ঘটাই শিক্ষিত যুৱকে সাজিলে এখন পানীত ওপঙি থকা বাঁহৰ দলং। প্ৰায় দহ লাখ টকা খৰচ কৰি ১৫০ মিটাৰ দৈৰ্ঘ্যৰ খুটি বিহীন দলং নিৰ্মাণ কৰাত উৎফুল্লিত অঞ্চলবাসী। চৰকাৰ অথবা জনপ্ৰতিনিধি ধনেৰে নহয়, …

বানাক্ৰান্তৰ কাষত চেঙাৰ বিধায়ক শুকুৰ আলী আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা আহমেদ

আব্দুল হক নগৰবেৰা ৩ জুলাই বৰপেটাৰ চৰাঞ্চলত বানাক্ৰান্তৰ কাষত চেঙাৰ বিধায়ক শুকুৰ আলী আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা আহমেদ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কালৰূপ ধাৰণ কৰাত চৰাঞ্চলৰ কেইবাহাজাৰ বানাক্ৰান্ত ৰাইজ এতিয়া আশ্ৰয় শিবিৰত। কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে ৰাজ্যতে বানপানীয়ে চলাইছে তাণ্ডৱ। …

গণ সংক্ৰমণৰ দিশে গতি কৰিছে নেকি মঙলদৈ চহৰ ?

খবিৰ আলী মঙলদৈ ৩ জুন গণ সংক্ৰমণৰ দিশে অগ্ৰসৰ হৈছে মঙলদৈ চহৰ। ভ্ৰমণ ইতিহাস নথকা চহৰখনৰ দুগৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছ। গণ সংক্ৰমণকলৈ শংকিত হৈ পৰিছে সমগ্ৰ মঙলদৈবাসী। ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণা …

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ লগতে জ্বলিল আমাৰ যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি

কুন্দন ভৰালী নগাঁও ৩ জুলাই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। নগাঁও জিলা ছাত্ৰ সন্থাই ৰাজপথত দাহ কৰিলে প্ৰতিমূৰ্তি। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে জ্বলিল আমাৰ যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি। …

বৰপেটাৰ বাঘবৰত বানৰ বিভীষিকা

বাঘবৰ ৩ জুলাই বৰপেটা জিলাৰ বাঘবৰত বানৰ বিভীষিকা। নাওঁৰ ওপৰত দিন-ৰাতি পাৰ কৰিছে বানাক্ৰান্ত ৰাইজ। খাদ্য, এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ। কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ, জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসন। ৰাজ্যৰ ২২ খনকৈ জিলা এতিয়া বানৰ কবলত। উজনিৰ পৰা নামনিলৈকে …

বানপানীৰ কবলত পৰি কাজিৰঙাত মৃত্যু ১৪ টাকৈ বন্যপ্ৰাণীৰ

কাজিৰঙা ২ জুলাই নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিছে বিভীষিকা। বৃহস্পতিবাৰৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ পানী বৃদ্ধি পোৱা নাই যদিও বৰ্তমানোও কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল আছে বাঢ়নী পানীৰ তলত। বানৰ পানী আৰু অধিক বৃদ্ধি …