বিলাসীপাৰাত মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উপলক্ষে দুদিনীয়া কাৰ্য্যসূচী ৰূপায়ণ
বিলাসীপাৰা, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: কোচ ৰাজবংশী কালৰ্ছাৰেল চচাইটিৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰা ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত শনিবাৰৰ পৰা বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১০তম জন্মজয়ন্তী দিৱস উপলক্ষে দুদিনীয়া কাৰ্য্যসূচী ৰূপায়ণ কৰে। জন্মজয়ন্তী দিৱস কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ৰোকাখাতা উচ্চতৰ …