পৰেশ বৰুৱাক মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ জানুৱাৰী : তৃতীয়খন ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তিৰ পিছত আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত এনেদৰে কয় শৰ্মাই । শৰ্মাই কয় যে বড়ো …

পঞ্চম বাৰ্ষিক উত্তৰ -পূৰ্বাঞ্চল আন্তৰ্জাতিক ‘ফেশ্বন সপ্তাহ’

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱৰী : মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত সন্ধিয়া ৫ বজাত আৰম্ভ হ’ব পঞ্চম বাৰ্ষিক উত্তৰ পূৰ্বাঞ্চল আন্তৰ্জাতিক ফেশ্বন সপ্তাহ। এই অনুষ্ঠানটো আয়োজন কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে। প্ৰশান্ত ঘোষ এগৰাকী আগশাৰী ফেশ্বন ডিজাইনাৰৰ …

মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰীঃ অন্ধবিশ্বাস, ডাইনী কাণ্ড, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে দুটা দশক সংগ্ৰাম অব্যাহত ৰখা মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ গণতন্ত্ৰ দিৱস উপলক্ষে ইণ্ডিয়া ষ্টাৰবুক অৱ ৰেকৰ্ডছে আগবঢ়াইছে ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড৷ শান্তি আৰু …

দুদিনীয়া কাৰ্য্যসূচীৰে এইবাৰ হেঙেৰাবাৰীত অনুষ্ঠিত হ’ব মে-ডাম-মে-ফি

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰী : বৃহত্তৰ হেঙেৰাবাৰী মেডাম-মে-ফিয়ে ২৪ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে চলিত বছৰত। উল্লেখযোগ্য যে হেঙেৰাবাৰীৰ বৰবাৰীৰস্থিত গুৱাহাটী ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰ প্ৰাংগণত বিভিন্ন বাধা নেওচি পালন কৰি আহিছে মে-ডাম-মে-ফি। …

ৰাষ্ট্ৰীয় জুনিয়ৰ বেছবল চেম্পিয়নশ্বিপৰ বাবে ৰাওনা অসমৰ দল

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : অহা ২৭ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ গুজৰাটত হ’বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ বেছবল চেম্পিয়নশ্বিপৰ বাবে ৰাওনা হৈছে অসমৰ দল ৷ শুকুৰবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৰাওনা হয় অসমৰ ৩৬ জনীয়া দলটো ৷ মংগলদৈৰ খাৰুপেটীয়াত এক প্ৰশিক্ষণ …

গুৱাহাটী প্ৰেছ ক্লাবত ৭১ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তৰ লগতে সাংবাদিক আৰু দেশপ্ৰেমিকৰ উপস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবত উদ্‌যাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস। জাতীয় পতাকা উত্তোলনেৰে আৰম্ভ হোৱা  আজিৰ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰামন বৰাই ত্ৰিৰঙ্গ পতাকা উত্তোলন কৰাৰ পিছত গুৱাহাটী প্ৰেছ  …

খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে আয়োজন ৭১ সংখ্যক গণৰাজ্য দিৱসৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গণৰাজ্য দিৱস। ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়তো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা অনুষ্ঠানিকভাৱে উত্তোলন কৰে অসমৰ …

দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ৰ শতাব্দী অনুষ্ঠানৰ শুভাৰম্ভণি

দৰং, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ। ১৯২১ চনতে স্থানীয় লোকৰ প্ৰচেষ্টাত স্থাপিত হোৱা বিদ্যালয়খনৰ শতাব্দী অনুষ্ঠানৰ ২৬ জানুৱাৰী দেওবাৰৰ পৰা শুভাৰম্ভ কৰা হয়। অহা বছৰৰ অৰ্থাৎ ২০২১চনৰ ২২,২৩ আৰু ২৪জানুৱাৰী তাৰিখে বৰ্ণাঢ্য …

একাংশ দালাল তথা মধ্যভোগীৰ দপদপনি হোজাইত

হোজাই, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : একাংশ দালাল তথা মধ্যভোগীৰ দপদপনি হোজাই জিলাত।হোজাই জিলাৰ গোপন স্থানত এফ চি আইৰ অবৈধ ধান ক্ৰয় কেন্দ্র আৰু ভাণ্ডাৰ ৷ সাধাৰন তথা স্থানীয় কৃষকক মাধমাৰ শোধাইছে একাংশ দালাল তথা মধ্যভোগীয়ে। বহিৰাগত বনিয়া আৰু মধ্যভোগীৰ …

গ্ৰাহকসকলৰ বাবে ভাৰ্চুৱেল কাৰ্ডৰ ব্যৱস্থা ভাৰতীয় ষ্টেট বেংকৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : এতিয়াৰে পৰা এছ বি আইৰ গ্ৰাহকসকলে অনলাইন শ্বপিংৰ বাবে লগত ডেবিট কাৰ্ড ৰখাৰ প্ৰয়োজনীয়তা নাথাকিব।কাৰণ নিজৰ গ্ৰাহকসকলৰ বাবে ভাৰ্চুৱেল কাৰ্ডৰ ব্যৱস্থা কৰিছে ভাৰতীয় ষ্টেট বেংকে । এই কাৰ্ডৰ সহায়ত গ্ৰাহকসকলে এতিয়া নিজৰ একাউণ্টৰ …