জৰাজীৰ্ণ পথৰ বাবে মানকাচৰত পথ দুৰ্ঘটনা : নিহত এজন যুৱক

মানকাচৰ, সংবাদ ৩৬৫, ৯ জানুৱাৰী : হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখী এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাত পতিত হয়। টেম্পোখন আছিল নম্বৰবিহীন । হাটশিঙিমাৰী-মানকাচৰ পথটো অতি জৰাজীৰ্ণ যাৰ বাবেই ফেকামাৰীত দুৰ্ঘটনাত পতিত হয় টেম্পোখন। বাহনখন বাগৰি খাৱৈত পৰি যোৱাৰ ফলত থিতাতে ১৮ বছৰীয়া …

অসম – বাংলাদেশলৈ কৰা গৰু সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ জানুৱাৰী : অসমৰ পৰা বাংলাদেশলৈ আৰু বাংলাদেশৰ পৰা অসমলৈ গৰু সৰবৰাহ। মানকাছৰৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। কাটা তাঁৰৰ বেৰৰ ওপৰেদি ঢেকিৰ সহযোগত ভাৰতত প্ৰৱেশ দুই বাংলাদেশীৰ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ দুই বাংলাদেশী । ধৃত …

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বাজি উঠিল আছুৰ ৰণশিঙা

গুৱাহাটী, সংবাদ ৩৬৫, ৯ জানুৱাৰী : ৰাজ্যৰ সমগ্ৰ প্ৰান্ততে বৃহস্পতিবাৰে আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনে “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । মহানগৰীৰ লগতে তেজপুৰতো অনুষ্ঠিত কৰা হৈছে ৰণশিঙা। ডবা, বৰকাঁহ, শংখৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ৰ’টাৰি পইণ্ট …

গুৱাহাটীত ভয়ংকৰ ডকাইতি হত্যাকাণ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ৮ জানুৱাৰী : গুৱাহাটীত ডকাইতি হত্যাকাণ্ড । দিশপুৰৰ আইন মহাবিদ্যালয় পথৰ ২০ নম্বৰ ঘৰতে সংঘটিত হয় ডকাইতি হত্যাকাণ্ড । প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া পৰেশ চন্দ্ৰ বৰুৱাৰ গৃহত নিশা প্ৰৱেশ কৰিছিল এটা ডকাইতৰ দলে । পৰেশ চন্দ্ৰ বৰুৱাৰ …

ৰকেটেৰে আক্ৰমণ আমেৰিকাৰ দূতাবাস

ইণ্টাৰনেশ্যনেল ডেস্ক, সংবাদ ৩৬৫, ৮ জানুৱাৰী : কাছিম ছুলেমানীৰ মৃত্যুৰ পিছত ইৰাণ আৰু আমেৰিকাৰ মাজত চূড়ান্ত পৰ্যায় পাইছেগৈ সংঘাতে । শনিবাৰৰ নিশা ইৰাকৰ ৰাজধানী বাগদাদস্থিত আমেৰিকান দূতাবাসলৈ লক্ষ্য কৰি তিনিটাকৈ ৰকেটেৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণ ইৰাণে সংঘটিত কৰাৰ সন্দেহ …

৮ জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ৭ জানুৱাৰী : কালিলৈ অৰ্থাৎ ৮ জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে কেইবাটাও সংগঠনে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান জনাইছে। এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে কেইবাটাও সংগঠন আই এন টি ইউ চি, এ আই …

অগপৰ কাৰ্যালয়ৰ গেটত তলা : লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত বৈঠক

গুৱাহাটী, সংবাদ ৩৬৫, ৭ জানুৱাৰী : মঙলবাৰে সংশোধনী নাগৰিকত্ব আইনৰ বিৰুদ্ধে দলীয় কৰ্মীৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অগপৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল। পিছে অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ল বৈঠকখন। অগপৰ মুখ্য প্ৰৱেশদ্বাৰতে …

পুৰণি মোবাইল ফোনেৰে নিৰ্মাণ বিৰাট কোহলীৰ ফটো

গুৱাহাটী, সংবাদ ৩৬৫, ৭ জানুৱাৰী : অসমৰ ধুবুৰীৰ এজন যুৱক ৰাহুল পাৰিক । ক্ৰিকেট অনুৰাগী তথা ছবি আঁকি ভাল পোৱা ধুবুৰী জিলাৰ এই যুৱকজনে পুৰণি ম’বাইল ফোনেৰে নিৰ্মাণ কৰি উলিয়ালে বিৰাট কোহলীৰ এখন ফটো। ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টি–২০ …

সোণাপুৰত আয়োজন লক্ষ্মী এগ্ৰো ইনপ্ৰেক্স ইণ্ডিয়াৰ দশমবৰ্ষপুতি অনুষ্ঠান

সোণাপুৰ, সংবাদ ৩৬৫, ৭ জানুৱাৰী : লক্ষ্মী এগ্ৰো ইনপ্ৰেক্স ইণ্ডিয়াৰ উদ্যোগত মহানগৰীৰ সোণাপুৰৰ দিচাং ৰিজৰ্টত দেওবাৰে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। দশমবৰ্ষ পূৰ্তি উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানটোত শুভাৰম্ভ কৰা হয় “লক্ষ্মী ভোগ বাচমতী চাউলৰ নতুন বেণ্ডৰ। এই অনুষ্ঠানটোত অংশগ্ৰহণ …

বনজুইৰ কৱলত অষ্ট্ৰেলিয়া : ৫০ কোটিৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ জানুৱাৰী : আমাজন বৰ্ষাৰণ্যৰ পিছতেই এইবাৰ ভয়ংকৰ বনজুইৰ কৱলত পৰিছে অষ্ট্ৰেলিয়া। নিউ চাউথ ৱেত প্ৰায় চাৰি মাহৰ আগতেই আৰম্ভ হোৱা বনজুইয়ে এতিয়া ধাৰণ কৰিছে তীব্ৰতৰ ৰূপ । প্ৰায় ২০০ ফুট ওপৰলৈকে উঠা জুইৰ শিখাই দেশখনৰ …