কেব বিৰোধী কোনো প্ৰতিবাদত ভাগ ল’ব নোৱাৰিব শিক্ষাৰ্থীয়ে : শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কটনিয়ানৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে। দল-সংগঠনৰ পৰা ছাত্ৰ সমাজো বাদ পৰি ৰোৱা নাই এই প্ৰতিবাদৰ পৰা । মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা সকলো ছাত্ৰ-ছাত্ৰী ওলাই আহিছে এই প্ৰতিবাদত যোগ দিবলৈ। শুকুৰবাৰেও …

১০ নৱেম্বৰত সমগ্ৰ উত্তৰ-পূৱ বন্ধ ঘোষণা নেছ’ৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : ১০ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে সমগ্ৰ উত্তৰ-পূৱ বন্ধৰ ঘোষণা নেছ’ৰ । উজানবজাৰ স্থিত শ্বহীদ ন্যাসত এক সংবাদমেল যোগে এই কথা ব্যক্ত কৰে নেছ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল হৈ থকাৰ …

পট্টে খুল গয়ে নাটেৰে মুকলি হ’ল গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল ২০১৯

গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : ৩ দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত আৰম্ভ হৈছে গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল ২০১৯ । শুকুৰবাৰে মুকলি কৰা হ’ল গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ। প্ৰবীণ তথা বিশিষ্ট অভিনেতা ৰাকেশ বেদীৰ …

কটনিয়ানৰ ৰণহুংকাৰ কাৰ্যসূচী : কাৰ্যসূচীত মোটায়ন শ শ পুলিচ, সেনা বাহিনী

গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : কেবৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি কটন বিশ্ববিদ্যালয়ে শুকুৰবাৰে গ্ৰহণ কৰে ৰণহুংকাৰ কাৰ্যসূচী । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুদ্ধিজীৱী ডঃ হীৰেণ , অজিত ভূঞা, অদিপ ফুকন, প্ৰশান্ত ৰাজগুৰুকে প্ৰমুখ্য শিল্পী সমাজ, মানস ৰবীন, জুবিন গাৰ্গ, …

দীপৰ বিলৰ পাৰত ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী

গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : দ্বীপৰ বিলৰ ২৭৪ নং গেটত এখন মালবাহী ৰেলে এজনী ছয়বছৰীয়া হাতীক মহতিয়াই নিয়ে। যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় হাতীজনী। কামাখ্যা যোগীঘোপা ৰেল পথত শুকুৰবাৰে পুৱা সংঘটিত হয় উক্ত ঘটনাটো। আহত অৱস্থাতেই হাতীজনী দীপৰ বিলৰ …

পিতৃয়ে বলাৎকাৰ কৰিলে ১০ বছৰীয়া কন্যাক

গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : পিতৃৰ হাতত যৌন নিৰ্যাতনৰ বলি হ’ল নিজ কন্যা। এই লজ্জাজনক আৰু ঘৃণনীয় বলাৎকাৰ ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীৰ ঘোঁৰামৰা নিৰিবিলি পথত। এটা ভাড়াঘৰত পত্নী নথকাৰ সুযোগ গ্ৰহণ কৰি নিজ কন্যাৰ লগতে এনে ঘৃণনীয় ঘটনা …

গাত কেৰাচিন তেল ঢালি নিৰ্যাতিতাক হত্যাৰ চেষ্টা অভিযুক্তৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : ধৰ্ষিতা হোৱা যুৱতীকে পুনৰ কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ । নিৰ্যাতিতা যুৱতীগৰাকী আদালতলৈ যোৱাৰ পথতে হত্যাৰ চেষ্টা কৰে অভিযুক্তই । উক্ত ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত । প্ৰাপ্ত খবৰ অনুসৰি ধৰ্ষণৰ …

হায়দৰাবাদ ধৰ্ষণত অভিযুক্ত ৪ অপৰাধীক গুলীয়াই হত্যা আৰক্ষীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : হায়দৰাবাদ ধৰ্ষণত অভিযুক্ত ৪ অপৰাধীক গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে । প্ৰাপ্ত খবৰ অনুসৰি অপৰাধ সংঘটিত কৰা ঠাইলৈ আৰক্ষীয়ে লৈ গৈছিল চাৰিও অপৰাধীক । সুযোগ বুজি অপৰাধী কেইটাই পলাবলৈ চেষ্টা কৰিছিল । আৰক্ষীৰ হাতত …

কেব’ৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰি সোণাপুৰত বাইক ৰেলী

সোণাপুৰ, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : ৰাজ্যত এতিয়া অব্যাহত আছে কেব’ৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ । সকলোতে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। সোণাপুৰতো বৃহস্পতিবাৰে ডিমৰিয়া আঞ্চলিক ছাত্ৰ সন্থাই কেব’ৰ বিৰুদ্ধে বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী …

শুকুৰবাৰে ৰাকেশ বেদীৰ নাটকেৰে মুকলি হ’ব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল

গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। গুৱাহাটী মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃ্তিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ। অসম পৰ্যটন, এপ’ল’ হাস্পতাল, পূৰবী ডায়েৰী, বেংক অৱ বৰোডা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, …