গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন ব্যতিক্ৰমী পশু প্ৰেমিকৰ বিশেষ পদক্ষেপ
গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : নিজৰ গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। যুৱকজনৰ নাম চাহিদ আহমেদ। মহানগৰীৰ ধীৰেনপাৰাৰ ইটাভাটা অঞ্চলৰ নিবাসী এই যুৱকজনে প্ৰতিদিনে নিজৰ কৰ্মস্থলীলৈ যোৱা পূৰ্বে এইদৰে ৰাজপথত ওলাই আহি ব্যস্ত হৈ …