আজাৰা ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সন্দৰ্ভত সংবাদমেল
আজাৰা, সংবাদ ৩৬৫, ১০ আগষ্ট : মহানগৰীৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা গ্ৰহন কৰা আজাৰাৰ ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ভৰি দিলে হীৰক জয়ন্তী বৰ্ষত । শনিবাৰে ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সংবাদমেল অনুস্থিত কৰি বিভিন্ন কাৰ্যসুচীৰ সম্পৰ্কে সংবাদমাধ্যমক অৱগত …